চানৰা ভানু দেৱী
অৱয়ব
চানৰা ভানু দেৱী Chanra Bhanu Devi | |
---|---|
সাংসদ | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
পূৰ্বসূৰী | সূৰ্য নাৰায়ণ সিং |
উত্তৰসূৰী | সূৰ্য নাৰায়ণ সিং |
সমষ্টি | বালিয়া, বিহাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ নৱেম্বৰ, ১৯৪৭ ৰামদিৰি গাঁও, বেগুচৰাই, বিহাৰ, ভাৰত |
মৃত্যু | ৬ ছেপ্টেম্বৰ, ২০০৮ (৬০ বছৰ)[1] পাটনা, বিহাৰ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
চানৰা ভানু দেৱী (ইংৰাজী: Chanra Bhanu Devi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ বছৰতে তেওঁ জন্ম হৈছিল৷ তেওঁৰ জন্মস্থান আছিল বিহাৰৰ বেগুচৰাই৷ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বিহাৰৰ বালিয়াৰ পৰা দেশৰ লোকসভালৈ প্ৰতিনিধিত্ব কৰে৷ তেওঁ ১৯৮৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল৷[2][3][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The Speaker Made References To The Passing Away Of Prof. (Smt.) ... on 26 February, 2009". Indian Kan0on. https://indiankanoon.org/doc/1303481/। আহৰণ কৰা হৈছে: 22 November 2017.
- ↑ India. Parliament. Lok Sabha (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃষ্ঠা. 129. https://books.google.com/books?id=ZLZVAAAAYAAJ। আহৰণ কৰা হৈছে: 22 November 2017.
- ↑ India. Parliament. House of the People; India. Parliament. Lok Sabha (26 February 2009). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 1. https://books.google.com/books?id=W_DPdm9rwnIC। আহৰণ কৰা হৈছে: 22 November 2017.
- ↑ India. Parliament. Joint Committee on Offices of Profit (1991). Report - Joint Committee on Offices of Profit. Lok Sabha Secretariat.. পৃষ্ঠা. 4. https://books.google.com/books?id=YqW2AAAAIAAJ। আহৰণ কৰা হৈছে: 22 November 2017.