সমললৈ যাওক

চাপাগুৰি সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


চাপাগুৰি
সমষ্টি নং- ৬৩ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাবাক্সা
লোকসভা সমষ্টিকোকৰাঝাৰ
প্ৰতিস্থা১৯৭৮
সংৰক্ষণঅনুসূচীত জনজাতি
নিৰ্বাচিত বছৰ২০২১

চাপাগুৰি বিধানসভা সমষ্টি অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। চাপাগুৰি কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।[1][2][3] চাপাগুৰি বিধানসভা সমষ্টি অনুসূচিত জনজাতি (ST)ৰ বাবে সংৰক্ষিত।

সমষ্টিৰ সবিশেষ

[সম্পাদনা কৰক]

চাপাগুৰি বিধান সভা সমষ্টিৰ সবিশেষ তলত দিয়া হ'ল।[4]-

  • দেশ: ভাৰত।
  • ৰাজ্য: অসম।
  • জিলা: বাক্সা জিলা ৷
  • লোকসভা সমষ্টি: কোকৰাঝাৰ লোকসভা সমষ্টি।
  • বিধানসভাৰ শ্ৰেণীবিভাজন: গ্ৰাম্য সমষ্টি।
  • সাক্ষৰতাৰ হাৰ: ৭০.৫৩%।
  • ২০২১ চনৰ সাধাৰণ নিৰ্বাচন অনুসৰি যোগ্য ভোটাৰ: ১,৫৯,২৫৭ জন। পুৰুষ ভোটাৰ: ৭৯,৩৮৪ . মহিলা ভোটাৰ: ৭৯,৮৭৩।
  • ভৌগোলিক অৱস্থান: ২৬°৪৩'৩৩.৬"উত্তৰ ৯১°১২'১০.৪"পূব
  • মুঠ আয়তন: ২৬২ বৰ্গ কিলোমিটাৰ।
  • এলেকা অন্তৰ্ভুক্ত: বৰপেটা মহকুমাৰ পাটাছাৰকুছি থানাৰ চাপাগুৰি আৰু কাকলাবাৰী মৌজা আৰু সংৰক্ষিত বনাঞ্চল;বাক্সা জিলাৰ উত্তৰ বাস্কা আৰু দক্ষিণ বাস্কা মৌজা।
  • আন্তঃৰাজ্যিক সীমা: বাক্সা জিলা ।
  • ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা: ২০১১চনত -১৮৪ ,২০১৬ চনত -১৮৫ ,২০২১ চনত -৬৩ টা।

বিধানসভাৰ সদস্য

[সম্পাদনা কৰক]

চাপাগুৰি সমষ্টিৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা বিগত সদস্যৰ তালিকা। [5]

Election Name Party
২০২১ উৰখাও গৌড়া ব্ৰহ্ম ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল

লগতে চাওক

[সম্পাদনা কৰক]

অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

  1. "Delimitation of Parliamentary & Assembly Constituencies Order - 2008". Election Commission of India. 26 November 2008. https://old.eci.gov.in/files/file/3931-delimitation-of-parliamentary-assembly-constituencies-order-2008/। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫. 
  2. "List of Assembly constituencies showing their Parliamentary constituences wise break-up". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/2_PC%20wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫. 
  3. "Map of Assam showing District-wise assembly and Parliamentary constituencies". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫. 
  4. "Chapaguri Election 2021: Assembly Elections News, Chapaguri Constituency, Vidhan Sabha Seat". News18. 2 May 2021. https://www.news18.com/assembly-elections-2021/assam/chapaguri-election-result-s03a063/. 
  5. "Chapaguri Election Result 2021 LIVE: Chapaguri MLA Election Result & Vote Share - Oneindia" (en ভাষাত). oneindia.com. 2 May 2021. https://www.oneindia.com/chapaguri-assembly-elections-as-63/. 
  6. "Assam General Legislative Election 2011". Election Commission of India. https://old.eci.gov.in/files/file/4010-assam-2011/। আহৰণ কৰা হৈছে: 27 April 2023.