সমললৈ যাওক

চাবুৱা–লাহোৱাল (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাবুৱা–লাহোৱাল
সমষ্টি নং- ৮৭ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাডিব্ৰুগড়
লোকসভা সমষ্টিডিব্ৰুগড়
প্ৰতিস্থা২০২৩ (৩ বছৰ আগত) (2023)
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
বিনোদ হাজৰিকা
দলভাৰতীয় জনতা পাৰ্টি
নিৰ্বাচিত বছৰ২০২৬

চাবুৱা–লাহোৱাল বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৭ হৈছে চাবুৱা–লাহোৱাল বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] চাবুৱা–লাহোৱাল ডিব্ৰুগড় জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাৰ্ঘেৰিটা, মাকুম আৰু ডিগবৈ

২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়৷[3]

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: চাবুৱা–লাহোৱাল
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party বিনোদ হাজৰিকা ৮৯২০২ ৬০.৭৫
Indian National Congress প্ৰাঞ্জল ঘাটোৱাৰ ৩৮২৮৮ ২৬.০৮
Jharkhand Mukti Morcha ভূপেন সিং মুৰাৰী ১৩২৬৫
All India Trinamool Congress ইনুষ কুমাৰ কন্দপন ২২৫৯
None of the above ওপৰৰ কোনো নহয় ৩৮২০ ২.৬
বিজয়ৰ পাৰ্থক্য ৫০৯১৪ ৩৪.৭
মুঠ ভোটদান ১৪৬৮৩৪
বাতিল হোৱা বেলট
পঞ্জীকৃত ভোটাৰ
Indian National Congressৰ ওপৰত Bharatiya Janata Partyবিজয় সাব্যস্ত ছুইং

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]