চামগুৰি বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৫৮ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | নামনি অসম |
| জিলা | নগাঁও |
| লোকসভা সমষ্টি | নগাঁও |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | নাই |
তানজিল হুছেইন | |
| দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| মিত্ৰগোট | এএছঅ’এম |
| নিৰ্বাচিত বছৰ | ২০২৬ |
চামগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Samaguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো নগাঁও জিলাৰ অন্তৰ্গত আৰু ই নগাঁও লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫১ | উষা বৰঠাকুৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | উষা বৰঠাকুৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | দেৱকান্ত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | বি. চন্দ্ৰ | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭২ | বিষ্ণু প্ৰসাদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | ভবেন্দ্ৰ কুমাৰ শইকীয়া | জনতা পাৰ্টী | |
| ১৯৮৩ | নুৰুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | অতুল কুমাৰ শৰ্মা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | নুৰুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | অতুল কুমাৰ শৰ্মা | অসম গণ পৰিষদ | |
| ২০০১ | ৰকিবুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ | ৰকিবুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২৪ (উপ-নিৰ্বাচন) | তানজিল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলৰ প্ৰাৰ্থী তানজিল হুছেইনে বিজয় সাব্যস্ত কৰি চামগুৰি সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | তানজিল হুছেইন | 84,210 | 51.52 | ||
| বিজেপি | সুৰেশ বৰা | 72,118 | 44.12 | ||
| AIUDF | ৰেকিবুল ইছলাম | 3,842 | 2.35 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,280 | 2.01 | ||
| সংখ্যাগৰিষ্ট | 12,092 | 7.40 | |||
| মুঠ ভোটদান | 1,63,450 | ||||
| ছুইং | |||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | ৰকিবুল হুছেইন | 81,123 | 55.11 | +3.94 | |
| বিজেপি | অনিল শইকীয়া | 55,025 | 37.38 | −2.57 | |
| Independent | মণ্টু শইকীয়া | 9,122 | 6.19 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 1,930 | 1.31 | ||
| সংখ্যাগৰিষ্ট | 26,098 | 17.73 | +6.51 | ||
| মুঠ ভোটদান | 1,47,200 | 85.20 | |||
| ছুইং | |||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | ৰকিবুল হুছেইন | 66,364 | 51.17 | ||
| বিজেপি | জীতু গোস্বামী | 51,819 | 39.95 | ||
| AIUDF | নুৰুল আমিন চৌধুৰী | 9,842 | 7.59 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 1,675 | 1.29 | ||
| সংখ্যাগৰিষ্ট | 14,545 | 11.22 | |||
| মুঠ ভোটদান | 1,29,700 | 84.66 | |||
| ছুইং | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0358 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituewiseS0358.htm। আহৰণ কৰা হৈছে: 25 June 2026.