সমললৈ যাওক

চিচিবৰগাঁও বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিচিবৰগাঁও
সমষ্টি নং- ৭৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগউত্তৰ অসম
জিলাধেমাজি
লোকসভা সমষ্টিলখিমপুৰ
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
অমিয় কুমাৰ ভূঞা
দল বিজেপি
মিত্ৰগোট এনডিএ
নিৰ্বাচিত বছৰ২০২৬

চিচিবৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Sissiborgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ ধেমাজি আৰু জোনাই সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা হৈছিল)। ২০২৬ চনত এই সমষ্টিটোত পোনপ্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

এই সমষ্টিটো ধেমাজি জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।





চিচিবৰগাঁও বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
২০২৬ অমিয় কুমাৰ ভূঞা ভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী অমিয় কুমাৰ ভূঞাই এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: চিচিবৰগাঁও[1][2]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি অমিয় কুমাৰ ভূঞা ৯৬,১১২ ৫৮.৩২ -
কংগ্ৰেছ সুমিত্ৰা দলে পাতিৰ 54,841 33.28
অসম জাতীয় পৰিষদ মমতা সোণোৱাল 9,560 5.80
নটা নটা 4,282 2.60
সংখ্যাগৰিষ্ঠ ৪১,২৭১ ২৫.০৪ -
মুঠ ভোটদান ১,৬৪,৭৯৫ ৮৫.১২
পঞ্জীকৃত ভোটাৰ ১,৮১,৪৮৩ - -
বিজেপিৰ বিজয় (নতুন আসন)

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]