চিত্ৰ:কোৰ.jpeg
এই খচৰাৰ আকাৰ: 344 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 137 × 240 পিক্সেল | 275 × 480 পিক্সেল | 440 × 768 পিক্সেল | 587 × 1,024 পিক্সেল | 1,624 × 2,832 পিক্সেল।
মূল ফাইল (1,624 × 2,832 পিক্সেল, ফাইলৰ মাত্ৰা: 342 KB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ[সম্পাদনা কৰক]
বৰ্ণনা |
খেতিয়কৰ খেতি কামৰ বাবে আৰু ঘৰুৱা সৰু-সুৰা কামৰ বাবে ব্যৱহাৰ হয় কোৰ। কোৰ লোৰে নিৰ্মিত বহল চেপেটা আকাৰৰ, এটা ফালে নাল লগাব পৰাকৈ এটা ফুটা থাকে আৰু তাতেই কাঠ বা বাঁহৰ এটা ৩ ফুটমান দৈৰ্ঘ্যৰ নাল লগোৱা হয়। এটা ফালে চেপেটা অংশত পাতল আৰু ধাৰ দিয়া হয় যাতে সহজতে মাটি কাটিব পৰা যায়। পথাৰত আলিৰ পাৰ কাটিবলৈ, নাঙলেৰে বাব নোৱাৰা খেতিৰ মাটিৰ কোন বা চুকবোৰ চহাবলৈ কোৰ ব্যৱহাৰ কৰা হয়। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৮ এপ্ৰিল, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 20:28, 28 April 2012 | 1,624 × 2,832 (342 KB) | নিতুল বৰা (আলোচনা | বৰঙণি) |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে: