চিত্ৰ:খঞ্জুৰী.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.29 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

টান কঁঠাল কাঠ বা আন কোনো টান কাঠৰ ডিমাৰ পাছফালৰ অংশ খোলাকৈ ৰাখি আগফালৰ অংশত গুইৰ ছাল বা আন কোনো জন্তুৰ ছাল লগাই বোৱতিৰে বান্ধি কটকতিয়া কৰি খঞ্জুৰী তৈয়াৰ কৰা হয়। সাধাৰণতে দিহানাম, পালনাম, থিয় নাম পৰিবেশনত খঞ্জুৰী বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। খঞ্জুৰী বাওঁ হাতে ধৰি লৈ সোঁহাতৰ আঙুলিৰে বাজাব লাগে।

উৎস

নিজা কাম

তাৰিখ

২৭ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান18:08, 27 May 201218:08, 27 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.29 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=টান কঁঠাল কাঠ বা আন কোনো টান কাঠৰ ডিমাৰ পাছফালৰ অংশ খোলাকৈ ৰাখি আগফালৰ অংশত গ...

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা