চিত্ৰ:তকা ২.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.21 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

বিহুৰ বাদ্য-যন্ত্ৰ সমূহৰ ভিতৰত তকাও এবিধ। জাতি বাঁহৰ এটা পাব অৰ্থাত দুই গাঠি দুফালে ৰাখি এটা গাঠিৰ ফালে মেচিদাৰে একবেগেত মান কাতি হাতেৰে ধৰিব পৰাকৈ ঠাৰি সদৃশ ৰাখিব লাগে। আগফালৰ গাঠিটোৰ পৰা সমানে ফালি দিব লাগে এনেকৈ যাতে গুৰিফালৰ গাঠিটোৰ ওচৰ পাইগৈ। তাৰ পাছত জুইত সেকি নানা ধৰনৰ চিহ্ন দিব পাৰি, জুইত সেকিলে তকাটো টান হৈ পৰে আৰু বজাবলৈ উপযুক্ত হৈ পৰে। বিহুৱা দলৰ এজনে হাতত তকাটো লৈ ঢোলৰ চেঁৱে চেঁৱে বজাই তাল মিলাই যায়।

উৎস

নিজা কাম

তাৰিখ

২৮ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:15, 28 May 201219:15, 28 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.21 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=বিহুৰ বাদ্য-যন্ত্ৰ সমূহৰ ভিতৰত তকাও এবিধ। জাতি বাঁহৰ এটা পাব অৰ্থাত দুই গাঠি...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা