চিত্ৰ:পাটৰ কইনাৰ সাজ.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.54 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

পাট পলুৱে লেটা ধৰিলে সেই লেটা গৰম পানীত তিয়াই তাৰ পৰা আঁহ তৈয়াৰ কৰি সূতা কাটি কাটি পাত সূতা তৈয়াৰ কৰে। পাট সূতাৰে শিপিনীয়ে তাঁতৰ শালত বৈ উলিওৱা অসমীয়া ঐতিহ্য সাজ পাটৰ কইনাৰ সাজ। শোৱালকুছি, গেৰজাইপাম আদি ঠাইত পাট কাপোৰ শিপিনীয়ে নিজ হাতে বৈ তৈয়াৰ কৰে।

উৎস

নিজা কাম

তাৰিখ

২৫ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান11:17, 25 May 201211:17, 25 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.54 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=পাট পলুৱে লেটা ধৰিলে সেই লেটা গৰম পানীত তিয়াই তাৰ পৰা আঁহ তৈয়াৰ কৰি সূতা কা...

তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা