চিত্ৰ:পাটৰ চেলেং.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.34 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

পাটৰ চেলং তাই জাতিৰ সাজপাৰৰ এক ৰাজকীয় সম্পদ।মহিলা আৰু পুৰুষে ব্যৱহাৰ কৰা এবিধ সাজপাৰ। পাট সূতাৰ পৰাই শিপিনীয়ে তাঁত শালত বৈ উলিয়াই। পাটৰ চেলেং বিয়াত দৰাই পৰিধান কৰে। আগৰ দিনত তাই আহোম সকলৰ ৰজা-মহাৰজাই পাটৰ চেলেং পৰিধান কৰিছিল।তাৰ পাছৰ পৰাই অসমত আন জনগোষ্ঠীয় লোকে ব্যৱহাৰ কৰিবলৈ লয় । বৰ্তমানেও ভাওঁনাত ৰজা-মহাৰজাই পাটৰ চেলেং ব্যৱহাৰ কৰে।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান11:23, 26 May 201211:23, 26 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.34 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=পাটৰ চেলং পাট সূতাৰ পৰাই শিপিনীয়ে তাঁত শালত বৈ উলিয়াই। পাটৰ চেলেং বিয়াত দ...

তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা