চিত্ৰ:বাঁহৰ পাচি.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.32 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

বাঁহৰ কাঠি তুলি বৈ বৈ তৈয়াৰ কৰা হয় বাঁহৰ পাচি। আৰম্ভনিতে কাঠি বওতেই দুডাল বাঁহৰ শলা পূৰণ চিনৰ আকাৰেৰে কাঠিৰ ফাকত দি লোৱা হয় যাতে পাছত পাচিটো পোনহৈ থাকে। বৈ শেষ হলে কাষটো বাঁহৰ সৰু কামিৰে ঘেৰি বেঁতৰ বা তাঁৰৰ বান্ধ দি মজবুত কৰি দিয়া হয়। ধান, মাহ, সৰিয়হ, আদি ভৰাই থবলৈ ব্যৱহাৰ কৰা হয়।

উৎস

নিজা কাম

তাৰিখ

২১ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:36, 21 May 201219:36, 21 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.32 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=বাঁহৰ কাঠি তুলি বৈ বৈ তৈয়াৰ কৰা হয় বাঁহৰ পাচি। আৰম্ভনিতে কাঠি বওতেই দুডাল ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা