চিত্ৰ:ভাঙৰ চিলিম.jpeg
মূল ফাইল (3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.24 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ[সম্পাদনা কৰক]
বৰ্ণনা |
মাটিৰে তৈয়াৰী ভাঙৰ চিলিম। ভাং গছৰ পাত কেঁচাতে কাটি আনি সেইবোৰ ৰদত শুকুৱাই শুকান কৰা হয়। যথা সময়ত সেইবোৰ কঁটাৰীৰে কাটি কাটি সৰু সৰু তুকুৰা কৰি লোৱা হয়। তুকুৰাবোৰ গোটাই লৈ পৰিস্কাৰ ফটাকানি এখনত লৈ মেৰিয়াই চিলিমটোৰ ভিতৰত এনেদৰে ভৰাই দিব লাগে যাতে ভাংবোৰ ওলায় নপৰে। তাৰ পাছত ওপৰৰ মুখখনত অঙঠাৰ তুকুৰা কেইটামান দি জ্বলিবলৈ দিব লাগে। চিলিমৰ আনটো মুৰত তিতা ফটাকানি এখন মেৰিয়াই দুইহাতৰ তলুৱাদি ধৰি মুখেৰে শোহা মাৰিলে জুইৰ ধোঁৱা ভাঙৰ মাজেদি পাৰহৈ আহি তিতা ফটাকানিত চেকনি হৈ মুখৰ ভিতৰলৈ যায় আৰু তেতিয়াই সেৱন কৰোতা জনৰ নিচাঁ ধৰে। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৬ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 20:06, 26 May 2012 | 3,264 × 2,448 (3.24 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=মাটিৰে তৈয়াৰী ভাঙৰ চিলিম। ভাং গছৰ পাত কেঁচাতে কাটি আনি সেইবোৰ ৰদত শুকুৱাই শ... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই