চিত্ৰ:শিকিয়া.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(2,448 × 3,264 পিক্সেল, ফাইলৰ মাত্ৰা: 3.33 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

শিকিয়া হৈছে মৰাপাটৰ আহেৰে ৰছী বতি সেই ৰছীৰে ওপৰৰ পৰা একাদিক্ৰমে বেনু গাথা দি গাথি গৈ ইডাল ৰছীৰ লগত সিডাল ৰছীৰ সংযোগ কৰি দীঘলকৈ সাজি উলিওৱা হয়। একেবাৰে শেষত এটা গাঠি দিয়া হয়। অতীজত আজিৰ দৰে বাচন-বৰ্তন থৱলৈ কোনো আলমিৰা বা থানি নাছিল, সেয়ে ঘৰৰ গৃহিনীয়ে পাকঘৰত লাগতিয়াল বয় বস্তুবোৰ কোনো পোক পৰুৱাই নষ্ট কৰিব নোৱাৰাকৈ বা বাগৰি পৰিব নোৱাৰাকৈ শিকিয়াত ওলমাই ৰাখিছিল।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান21:34, 26 May 201221:34, 26 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,448 × 3,264 (3.33 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=শিকিয়া হৈছে মৰাপাটৰ আহেৰে ৰছী বতি সেই ৰছীৰে ওপৰৰ পৰা একাদিক্ৰমে বেনু গাথা দ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা