চিত্ৰ:শিলৰ জাত.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.1 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

শিলৰ জাত। দুচটা শিল ঘুৰণীয়াকৈ কাটি লৈ তলত এচটা আৰু ওপৰত এচটা ৰাখিব লাগে। দুইচটা শিলত লোৰ মাৰিৰে দাত কাটি দিয়া হয়, তলৰ শিল চটাত সোমাজতে এটা ১ ইঞ্চিমানৰ এটা ফুটা কৰা হয়, সেই ফুটাটোৰে এডাল শলখা লগাই দিয়া হয়, এতিয়া ওপৰৰ শিল চটাত তলৰ শিল চটাৰ দৰে সোমাজতে এটা ফুটা আৰু তাৰ কাষতে এটা অৰ্ধচন্দ্ৰাকৃতিৰ ফুটা কৰা হয়। তৰোপৰি ওপৰৰ শিলচটাত পৰিধিৰ ফালে এটা সৰু ফুটা ৰখা হয়, সেইফুটাটোৰে বাঁহৰ মাৰি লগাই ঘুৰাই থাকিব লাগে। সাধাৰণতে মাহ, বুট, দালি আদি ফালিবলৈ জাত ব্যৱহাৰ কৰা হয়। সোমাজৰ অৰ্ধচন্দ্ৰাকৃতিৰ ফুটাটোৰে মাহ, বুট ভৰাই দিব লাগে আৰু বাঁহৰ লাঠি ডালেৰে ঘুৰাই থাকিলে চাৰিওফালে ফলা মাহ,বুটবোৰ ফালি ফালি ওলাই গৈ থাকিব।

উৎস

নিজা কাম

তাৰিখ

২১ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:11, 21 May 201219:11, 21 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.1 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=শিলৰ জাত। দুচটা শিল ঘুৰণীয়াকৈ কাটি লৈ তলত এচটা আৰু ওপৰত এচটা ৰাখিব লাগে। দু�...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা