চিত্ৰ:শ্ৰীশ্ৰীগুৰু ঘাসীদাস বাবা.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(540 × 720 পিক্সেল, ফাইলৰ মাত্ৰা: 58 KB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামীসকলৰ জগত গুৰু পৰম পূজনীয় শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্ম ভাৰতগিৰৌদপুৰীত ১৮ ডিচেম্বৰ ১৭৫৬ চনত হৈছিল। তেওঁৰ পিতৃৰ নাম মহংগুদাস আৰু মাতৃৰ নাম অমৰৌতিন আছিল। তেখেতৰ জন্ম দিনটো সমগ্ৰ ভাৰতবাসী সৎনামী লোকসকলে গুৰু জয়ন্তী উৎসৱ হিচাপে পালন কৰে। ছতীশগঢ়ৰ গিৰৌদপুৰীত গুৰুজনাৰ পৱিত্ৰ স্মৃতিত বিশ্বৰ ভিতৰত ওখ ২৪৩ ফুট উচ্চতাৰ বিশাল জৈতখাম(জয় স্তম্ভ) নিৰ্মাণ কৰা হৈছে।

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান09:14, 25 November 201909:14, 25 November 2019ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি540 × 720 (58 KB)Krishna Kure (আলোচনা | বৰঙণি)সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামীসকলৰ জগত গুৰু পৰম পূজনীয় শ্ৰীশ্ৰী ঘাসীদাস বাবাৰ জন্ম ছতীশগড়ৰ গিৰৌদপুৰত ১৭৫৬ চনত হৈছিল। তেওঁৰ পিতৃৰ নাম মহংগুদাস আৰু মাতৃৰ নাম অমৰৌতিন আছিল।

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা