চিত্ৰ:Status iucn3.1 CR as.svg

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(SVG ফাইল, সাধাৰণতঃ 240 × 64 পিক্সেল, ফাইল মাত্ৰা: 19 KB)

এই ফাইলটো ৱিকিমিডিয়া কমন্সৰ পৰা আমদানি কৰা হৈছে। ফাইল বিৱৰণ পৃষ্ঠাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল ।
ৱিকিমিডিয়া কমন্স এটা মুক্ত অনুজ্ঞাপত্ৰ মিডিয়াৰ ভঁৰাল। আপুনিও ইচ্ছা কৰিলে এই প্ৰকল্পত সহায় কৰিব পাৰে
বিৱৰণ

সাৰাংশ

Afrikaans | অসমীয়া | asturianu | български | भोजपुरी | বাংলা | català | čeština | Cymraeg | dansk | Deutsch | Ελληνικά | español | eesti | euskara | suomi | français | galego | עברית | हिन्दी | magyar | íslenska | italiano | 日本語 | ភាសាខ្មែរ | 한국어 | kurdî | Latina | lietuvių | македонски | Bahasa Melayu | မြန်မာဘာသာ | Napulitano | norsk bokmål | norsk | polski | português | română | русский | slovenčina | slovenščina | anarâškielâ | Tagalog | vèneto | ไทย | українська | 中文 | 中文(繁體)‎ | +/− আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহ:

File:Status iucn3.1 EX as.svgFile:Status iucn3.1 EX as.svgFile:Status iucn3.1 EW as.svgFile:Status iucn3.1 CR as.svgFile:Status iucn3.1 EN as.svgFile:Status iucn3.1 VU as.svgFile:Status iucn3.1 NT as.svgFile:Status iucn3.1 EN as.svgFile:Status iucn3.1 LC as.svgFile:Status iucn3.1 LC as.svg
কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভূক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
অসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভূক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।



derivative works

Derivative works of this file:

তাৰিখ (translation), 2006-11-18 (upload to Commons)
উৎস translated from Status iucn3.1 CR.svg
লেখক
অনুমতি
(এই ফাইলৰ পুনঃব্যৱহাৰ)
w:en:Creative Commons
স্বীকৃতিপ্ৰদান
This file is licensed under the Creative Commons Attribution 3.0 Unported license.
আপুনি স্বাধীনভাৱে:
  • বিতৰণ কৰিব পাৰে – কামটো নকল (কপি), বিতৰণ আৰু প্ৰেৰণ কৰিবলৈ
  • পুনৰ্মিশ্ৰণ কৰিবলৈ – কামটো অভিযোজন কৰিবলৈ
তলত উল্লেখ কৰা চৰ্ত্তসমূহৰ ভিত্তিত:
  • স্বীকৃতিপ্ৰদান – আপুনি প্ৰয়োজনীয় স্বীকৃতি দিয়াৰ লগতে অনুজ্ঞাপত্ৰলৈ লিংক আৰু কোনো সালসলনিৰ ইংগিত দিব লাগিব। আপুনি এয়া উপযুক্ত ধৰণেৰে দিব পাৰে, মাত্ৰ অনুজ্ঞাপত্ৰধাৰীয়ে আপোনাক বা আপোনাৰ কামক মঞ্জুৰী জনোৱাৰ দৰে নিলিখিব।


Translate this file

এই এছ ভি জি ফাইলত ব্যৱহৃত এমবেডেদ পাঠবোৰ সহজতে এই স্বয়ংক্ৰিয় সজূলিৰ দ্বাৰা আপোনাৰ ভাষালৈ অনুবাদ কৰিব পাৰি। অধিক জানিবলৈ ইয়াত চাওক। আপুনি ইয়াক ডাউনল'ড কৰি এটা পাঠ সম্পাদকৰ সহায়তো অনুবাদ কৰিব পাৰে।

মূল আপলোড ল’গ

This image is a derivative work of the following images:

  • Status iucn3.1 CR.svg licensed with Cc-by-2.5,
    • 2006-12-27T22:53:17Z Pengo 240x64 (19087 bytes) smartie version
    • 2006-11-18T05:46:28Z Pengo 240x63 (16442 bytes) {{Pengo IUCN}}

Translated using SVG Translate

কেপ্‌চন

এই ফাইলে কি প্ৰতিনিধিত্ব কৰে তাৰ এটা শাৰীত ব্যাখ্যা কৰক

Items portrayed in this file

depicts ইংৰাজী

copyright status ইংৰাজী

copyrighted ইংৰাজী

copyright license ইংৰাজী

inception ইংৰাজী

২৪ জুন 2015

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান10:48, 25 June 201510:48, 25 June 2015ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি240 × 64 (19 KB)দিব্য দত্তNew version.
21:04, 24 June 201521:04, 24 June 2015ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি240 × 64 (24 KB)দিব্য দত্তUpload SVG translation using svgtranslate

মেটাডেটা