চিত্ৰ বাৰ্তা:Bordhol.JPG
কাষৰ চিত্ৰখন চাওক| এইখনৰ প্ৰতিলিপি| কিন্তু ইয়াৰ আকাৰ বহুত সৰু| আপলোড কৰিছে সুস্মিতা বৰাই| চিত্ৰখনৰ বিষয়ে অনুসন্ধান কৰিব লাগিব| বিষ্ণু বাৰ্তা 20:06, 4 মে' 2012 (UTC)
- চিত্ৰখনৰ গৰাকী ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াৰ ৷ মই কামৰূপী ঢুলীয়াৰ ফটো বিচাৰি ফেচবুকত status দিয়াত তেখেতে মোলৈ ই মেইল যোগে দুখন ফটো পঠিয়াইছিল ৷ তাৰে এখন মই উইকিপিডিয়াত ব্যৱহাৰ কৰিলোঁ ৷ (সুস্মিতা বৰা, ফেচবুক আলোচনা)