সমললৈ যাওক

চিন্তা অনুৰাধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিন্তা অনুৰাধা
লোকসভাৰ সাংসদ
কাৰ্যকাল
২৩ মে' ২০১৯ – ৪ জুন ২০২৪
পূৰ্বসূৰী পান্দুলা ৰৱীন্দ্ৰ বাবু
উত্তৰসূৰী গাণ্টি হৰিশ মধুৰ
সমষ্টি আমালাপুৰম
ব্যক্তিগত তথ্য
জন্ম ১৮ অক্টোবৰ, ১৯৭২ (৫২ বছৰ)
মাৰটেৰু, পশ্চিম গোদাৱৰী জিলা, অন্ধ্ৰ প্ৰদেশ, ভাৰত
ৰাজনৈতিক দল ৱাইএছআৰ কংগ্ৰেছ দল
দাম্পত্যসঙ্গী শ্ৰী তাল্লা সত্যনাৰায়ণ (বি. ১৯৯১)
পিতৃ চিন্তা কৃষ্ণমূৰ্তি
পেচা
  • ৰাজনীতিবিদ
  • নাৰীবাদী
  • সক্ৰিয় কৰ্মী
ৱেবছাইট chintaanuradha.com

চিন্তা অনুৰাধা (ইংৰাজী: Chinta Anuradha) হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৱাইএছআৰ কংগ্ৰেছৰ ফালৰ পৰা অমলাপুৰম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।[1][2]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

অনুৰাধাৰ জন্ম হয় অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ মাৰুতেৰু গাঁৱত৷ তেওঁ চিন্তা কৃষ্ণমূৰ্তি আৰু বিজয়া ভাৰতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[2][3] ১৯৯১ চনত তল্লা সত্যনাৰায়ণক তেওঁ বিয়া কৰাইছিল। তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।তেওঁ স্কুলীয়া শিক্ষা ছেইণ্ট এন হাইস্কুলত গ্ৰহণ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

অনুৰাধা ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভা[4][5][6]ৰ সদস্য হয় আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তেলেগু দেশম পাৰ্টিৰ গন্তি হৰিশ মধুৰক ৩৯,৯৬৬ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে তেওঁ প্ৰচাৰ আৰম্ভ কৰিছিল যদিও আনুষ্ঠানিকভাৱে ২০১৯ চনৰ ১৬ মাৰ্চতহে তেওঁৰ দলৰ মনোনয়ন লাভ কৰিছিল।[7]

২০১৯ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰ এৰি দিয়াৰ উৰাবাতৰি বিয়পি পৰে।[8]তেওঁ সেইবোৰ বাতৰি অস্বীকাৰ কৰে আৰু কয় যে জনসেনা আৰু তেলেগু দেশম পাৰ্টিৰ সদস্যসকলে তেওঁৰ বিৰুদ্ধে ভুল তথ্য বিয়পাইছে৷[8][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "చంద్రబాబుని ప్రజలు నమ్మే పరిస్థితి లేదు...కోఆర్ఢినేటర్ చింతా అనురాధ" (te ভাষাত). EEROJU NEWS. 12 February 2019. Archived from the original on 23 May 2019. https://web.archive.org/web/20190523221529/http://www.eerojunews.net/eastgodawari-ap-politics/। আহৰণ কৰা হৈছে: 23 May 2019. 
  2. 2.0 2.1 "Chinta Anuradha About Page". chintaanuradha.com. Archived from the original on 23 May 2019. https://web.archive.org/web/20190523214235/http://chintaanuradha.com/about_us। আহৰণ কৰা হৈছে: 23 May 2019. 
  3. "కోనసీమ కింగ్ ఎవరో ?" (te ভাষাত). NewsOrbit. 4 April 2019. Archived from the original on 23 May 2019. https://web.archive.org/web/20190523221151/http://newsorbit.com/keen-contest-in-amalapuram-parliament/. 
  4. Penumala, Nagaraju (21 February 2019). "వైసిపిలో పండుల రవీంద్రబాబుకు సీటు చిక్కులు" (te ভাষাত). Asianet News Network Pvt Ltd. https://telugu.asianetnews.com/andhra-pradesh/pandula-ravindrababu-faces-trouble-in-ycp-pn9lwx. 
  5. "అమలాపురం వైసీపీ చింతా అనురాధ ఓడిపోనున్నారా ? జనసేన గెలువనుందా ?" (te ভাষাত). APHerald [Andhra Pradesh Herald]. https://www.apherald.com/Politics/ViewArticle/338380/amalapuram-ycp-janasena-chinta-anuradha/। আহৰণ কৰা হৈছে: 23 May 2019. 
  6. "అమలాపురం లోక్‌సభ అభ్యర్థిగా చింతా అనురాధ" (te ভাষাত). Sakshi. 17 March 2019. https://www.sakshi.com/news/andhra-pradesh/chinta-anuradha-candidate-amalapuram-lok-sabha-candidate-1170696। আহৰণ কৰা হৈছে: 23 May 2019. 
  7. "అమలాపురం లోక్‌సభ అభ్యర్థిగా చింతా అనురాధ" (te ভাষাত). Sakshi. 17 March 2019. https://www.sakshi.com/news/andhra-pradesh/chinta-anuradha-candidate-amalapuram-lok-sabha-candidate-1170696। আহৰণ কৰা হৈছে: 23 May 2019. 
  8. 8.0 8.1 "Chinta Anuradha Miffed at Withdrawal Rumours". Sakshipost. http://english.sakshi.com/andhrapradesh-politics/2019/04/09/chinta-anuradha-miffed-at-withdrawal-rumours। আহৰণ কৰা হৈছে: 23 May 2019. 
  9. "YSRC nominee threatens to withdraw". Deccan Chronicle. 9 April 2019. https://www.deccanchronicle.com/nation/current-affairs/090419/ysrc-nominee-threatens-to-withdraw.html। আহৰণ কৰা হৈছে: 23 May 2019.