ছিলঠীয়া জাতীয়তাবাদ
অৱয়ব
(চিলহেটি জাতীয়তাবাদৰ পৰা পুনঃনিৰ্দেশিত)
ছিলেটী জাতীয়তাবাদ বা ছিলঠীয়া জাতীয়তাবাদ হৈছে এক সাংস্কৃতিক আৰু সামাজিক আন্দোলন, যিয়ে ছিলেটৰ ভাষা, ইতিহাস আৰু সংস্কৃতিৰ আধাৰিত এক অনন্য ছিলেটী পৰিচয়ৰ দাবী কৰে। তেওঁলোকে দাবী কৰে যে ছিলেটী বা ছিলঠীয়া ভাষা বাংলাৰ উপভাষা নহয়, ই এটা সুকীয়া ভাষা।
ছিলেটী জাতীয়তাবাদৰ প্ৰভাৱ
[সম্পাদনা কৰক]ছিলেটী জাতীয়তাবাদৰ বাবে যুক্তৰাজ্যৰ কিছুমান বিদ্যালয়ত ছিলেটী ভাষাৰ পাঠদান কৰা হয়। ইয়াৰ উপৰিও এই আন্দোলনে ছিলেটী নাগৰী লিপি সংৰক্ষিত কৰি ৰখাত গুৰুত্ব দিছে।
বাংলাদেশত ছিলেটী ভাষা প্ৰধানকৈ ছিলেট বিভাগ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত কোৱা হয়। [1][2][3] ভাৰতৰ অসম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰত ছিলেটী ভাষী লোকে বাস কৰে।
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "An Effort to Preserve the Heritage of the Sylheti Language". The Business Standard. 21 March 2025. https://www.tbsnews.net/features/panorama/effort-preserve-heritage-sylheti-language-1098446। আহৰণ কৰা হৈছে: 2 April 2025.
- ↑ "Article from LDD Journal". LDD Journal. https://www.lddjournal.org/article/1231/galley/2474/download/। আহৰণ কৰা হৈছে: 2 April 2025.
- ↑ "An Effort to Preserve the Heritage of the Sylheti Language". The Business Standard. 21 March 2025. https://www.tbsnews.net/features/panorama/effort-preserve-heritage-sylheti-language-1098446। আহৰণ কৰা হৈছে: 2 April 2025.