ছিলঠীয়া ভাষা
অৱয়ব
(চিলেটীৰ পৰা পুনঃনিৰ্দেশিত)
| ছিলঠীয়া ꠍꠤꠟꠐꠤ | |
|---|---|
| অঞ্চল | বাংলাদেশ (ছিলঠ বিভাগ) আৰু ভাৰত (অসমৰ বৰাক উপত্যকা আৰু হোজাই; শ্বিলং আৰু ত্ৰিপুৰাৰ কিছু অংশ) |
স্থানীয় ভাষিক |
ne2007 |
ভাষা পৰিয়াল |
হিন্দ-ইউৰোপীয়
|
| লিখন প্ৰণালী | ছিলঠীয়া নাগৰী, পূৰ্ব-নাগৰী আৰু ৰোমান |
| ভাষা সংকেত | |
| ISO 639-3 | syl |
| গ্লোটোলগ | sylh1242[1] |
| লিংগোৱাস্ফেয়াৰ | 59-AAF-ui |
দক্ষিণ এছিয়াৰ ছিলঠীয়া ভাষী অঞ্চল | |
ছিলঠীয়া (ছিলঠীয়া: ꠍꠤꠟꠐꠤ (ছিলটি), বঙালী: সিলেটি) বা ছিলেটি ভাষা[2][3][4] বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা। লগতে, যিহেতু বাংলাদেশৰ ছিলঠ বিভাগৰ ছিলঠ পূব অঞ্চলত আৰু বাংলা ভাষাৰ মানক ৰূপটো পশ্চিম আঞ্চলিক বাংলা নাদিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেয়েহে বাংলা ভাষাৰ মূল ৰূপৰ পৰা ই ভাষা যথেষ্ট পৃথক। যি ১১.৮ মিলিয়ন ভাষাভাষীৰে বিশ্বৰ ৯৭ নম্বৰ বৃহত্তম ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ভাষা ছিলঠীয়া নাগৰী লিপিৰ সহায়ত লিখা হয়।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ Sylhetiৰ সংস্কৰণ |
Sylheti phrasebook ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Sylheti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/sylh1242.
- ↑ Prabhātakumāra Mukhopādhyāẏa (1978). Phire phire cāi. Mitra o Ghosha. পৃষ্ঠা. 231.
- ↑ "Caturaṅga" theke. De'ja Pābaliśiṃ. 1996. পৃষ্ঠা. 116.
- ↑ Rasamaẏa Mohānta (1990). Sileṭa añcalera śikshāṅgana: atīta o bartamāna.Sarasvatī Mohānta. পৃষ্ঠা. 4.