সমললৈ যাওক

চেতনা (১৯৭০ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেতনা

পোষ্টাৰ
পৰিচালক বি আৰ ইছাৰা
ৰচনা বি আৰ ইছাৰা
প্ৰযোজক আই এম কুন্নু
অভিনয়ত শত্ৰুঘ্ন সিনহা
অনিল ধবান
ৰেহানা চুলতান
সম্পাদনা অনিল চৌধুৰী
সংগীত পৰিচালক ছপন জগমোহন
মুক্তি
২৫ এপ্ৰিল ১৯৭০ (1970-04-25)
দৈৰ্ঘ্য
১৪৫ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

চেতনা (ইংৰাজী: Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। [1] অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। [2] ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত। ছবিখনে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ কাৰ্যতঃ অন্ত পেলাইছিল; কাৰণ ইয়াৰ পিছত তেওঁক টাইপকাষ্ট কৰা হৈছিল। [3]

ইয়াৰ এটা গীত "মেই তো হৰ মোড় পৰ তুঝকো দুংগা সদা" গায়ক মুকেশৰ সৰ্বকালৰ স্মৰণীয় আৰু জনপ্ৰিয় গীত।

  • অনিল ধবন (ৰমেশ)
  • শত্ৰুঘ্ন সিনহা (সীমা)
  • ৰেহানা চুলতান (নিৰ্মলা)
  • নাদিৰা
  • লক্ষ্মী ছায়া
  • অসিত সেন
  • মনমোহন কৃষ্ণ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]