সমললৈ যাওক

চেনালী ফোনচেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেনালী ফোনচেকা
স্থানীয় নাম සෙනාලි ෆොන්සේකා
জন্ম ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা
১৮ ছেপ্টেম্বৰ, ১৯৯২ (৩৩ বছৰ)[1]
কলম্বো, শ্ৰীলংকা
শিক্ষা বিশাখা বিদ্যালয়, কলম্বো
শিক্ষানুষ্ঠান কেমব্ৰিজ বিশ্ববিদ্যালয় (বি. এছ চি.)
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
জনা যায় চিৰি পাৰাকুম, নাদাগামকাৰায়ো[2]
আত্মীয়-স্বজন মালিনী ফোনচেকা (মাহীয়েক), দময়ন্তী ফোনচেকা (মাহীয়েক), সমানালী ফোনচেকা (সম্পৰ্কীয় ভগ্নী)
বঁটা, সন্মান, পুৰস্কাৰ আদি ২০২১ চনৰ আটাইতকৈ জনপ্ৰিয় টেলিড্ৰামা অভিনেত্ৰী[3]

ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা (ইংৰাজী: Wanniarachchige Senali Koshila Fonseka; সিংহল: වන්නිආරච්චිගේ සෙනාලි කෝෂිලා ෆොන්සේකා; ; জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে শ্ৰীলংকাৰ চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনত অভিনয় কৰে।[4] তেওঁ পোনপ্ৰথমে চিৰি পাৰাকুম চলচ্চিত্ৰত চিৰিমল ইথানাৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত শ্ৰীলংকান টেলিভিছন ধাৰাবাহিক নাদাগামকাৰায়ো-ত পাতলী ওৰফে সুদু চুচীৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক অধিক জনপ্ৰিয় কৰি তোলে।[5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চেনালী কোশিলা ফোনচেকাৰ জন্ম ১৯৯২ চনৰ ১৮ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত হৈছিল।[7] তেওঁৰ পিতৃ উপালী ফোনচেকা শ্ৰীলংকাৰ বিখ্যাত অভিনেত্ৰী মালিনী ফোনচেকাৰ ভাতৃ আছিল, যাক সিংহলী চিনেমাৰ ৰাণী বুলি জনা যায়।[8]

তেওঁ কলম্বোৰ বিশাখা বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ইংলেণ্ডলৈ গুচি যায় আৰু তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা বায়’মেডিকেল ছায়েন্সত উচ্চ শিক্ষা লাভ কৰে।[9] ২০২০ চনত ইংলেণ্ডত ক’ভিড-১৯ ৰ ফলত ফোনচেকাৰ পিতৃৰ মৃত্যু হয়।[10]

টেলিভিছন ধাৰাবাহিক

[সম্পাদনা কৰক]
বছৰ টেলিড্ৰামা চৰিত্ৰ তথ্যসূত্ৰ
২০১৪ নাগিন (কালু চেৱানেল্লা) [11]
২০১৭ হাৰা কোটিয়া দিলী [12]
২০১৮ দুৱিলি আহাচা [13]
২০২১ নাদাগামকাৰায়ো পাতলী [14]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ চৰিত্ৰ তথ্যসূত্ৰ
২০১৩ চিৰি পাৰাকুম চিৰিমল ইথানা [15]
২০১৯ বিজয়বা কোল্লায়া নীলামণি [16]
২০২১ কাবাডী মালিথি
অঘোষিত একা গেই চোকৰী দালুমালি [17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "රඟපානවට වඩා මම කැමති රංගනය ගැන ඉගෙනගන්න". සරසවිය. 18 August 2021. http://www.sarasaviya.lk/news/2021/08/19/20921/%E0%B6%BB%E0%B6%9F%E0%B6%B4%E0%B7%8F%E0%B6%B1%E0%B7%80%E0%B6%A7-%E0%B7%80%E0%B6%A9%E0%B7%8F-%E0%B6%B8%E0%B6%B8-%E0%B6%9A%E0%B7%90%E0%B6%B8%E0%B6%AD%E0%B7%92-%E0%B6%BB%E0%B6%82%E0%B6%9C%E0%B6%B1%E0%B6%BA-%E0%B6%9C%E0%B7%90%E0%B6%B1-%E0%B6%89%E0%B6%9C%E0%B7%99%E0%B6%B1%E0%B6%9C%E0%B6%B1%E0%B7%8A%E0%B6%B1 আহৰণ কৰা হৈছে: 19 September 2021.
  2. "Senali Fonseka/සෙනාලි ෆොන්සේකා" (en-US ভাষাত). Movie Times. https://movietimes.lk/celebrity/senali-fonseka-%e0%b7%83%e0%b7%99%e0%b6%b1%e0%b7%8f%e0%b6%bd%e0%b7%92-%e0%b7%86%e0%b7%9c%e0%b6%b1%e0%b7%8a%e0%b7%83%e0%b7%9a%e0%b6%9a%e0%b7%8f/ আহৰণ কৰা হৈছে: 19 September 2021.[সংযোগবিহীন উৎস]
  3. "ජනප්‍රියතම නළුවා සහ නිළිය සජිත් ඇන්තනී සහ සෙනාලි ෆොන්සේකා" (Sinhala ভাষাত). www.saaravita.lk. https://www.saaravita.lk/latest_news/e0b6a2e0b6b1e0b6b4e0b78ae2808de0b6bbe0b792e0b6bae0b6ade0b6b8-e0b6b1/100-700254 আহৰণ কৰা হৈছে: 19 September 2021.
  4. "පළමුවරට මාලිනී-සෙනාලි එක්ව රඟන "මනුසත් විමන"". සරසවිය. 19 August 2020. http://www.sarasaviya.lk/films-local/2020/08/20/18451/%E0%B6%B4%E0%B7%85%E0%B6%B8%E0%B7%94%E0%B7%80%E0%B6%BB%E0%B6%A7-%E0%B6%B8%E0%B7%8F%E0%B6%BD%E0%B7%92%E0%B6%B1%E0%B7%93-%E0%B7%83%E0%B7%99%E0%B6%B1%E0%B7%8F%E0%B6%BD%E0%B7%92-%E0%B6%91%E0%B6%9A%E0%B7%8A%E0%B7%80-%E0%B6%BB%E0%B6%9F%E0%B6%B1-%E2%80%9C%E0%B6%B8%E0%B6%B1%E0%B7%94%E0%B7%83%E0%B6%AD%E0%B7%8A-%E0%B7%80%E0%B7%92%E0%B6%B8%E0%B6%B1%E2%80%9D আহৰণ কৰা হৈছে: 19 September 2021.
  5. "'Vijayaba Kollaya' on screen". The Sunday Times Sri Lanka. http://www.sundaytimes.lk/190728/magazine/vijayaba-kollaya-on-screen-359653.html আহৰণ কৰা হৈছে: 19 September 2021.
  6. "Senali Fonseka - - Sinhala Cinema Database". films.lk. https://films.lk/sinhala-cinema-artist-senali-fonseka-6275.html আহৰণ কৰা হৈছে: 19 September 2021.[সংযোগবিহীন উৎস]
  7. "නත්තල් සුබපැතුම් | සෙනාලි ෆොන්සේකා" (Sinhala ভাষাত). www.lankadeepa.lk. https://www.lankadeepa.lk්තල්-සුබපැතුම්-%7C-සෙනාලි-ෆොන්සේකා/207-583716 আহৰণ কৰা হৈছে: 19 September 2021.[সংযোগবিহীন উৎস]
  8. "යොවුන් රංගන ශිල්පිනී සෙනාලි ෆොන්සේකා උපාධිය ගත් අවස්ථාව මෙන්න.." (en-US ভাষাত). FAST NEWS. 18 October 2017. https://www.fastnews.lk আহৰণ কৰা হৈছে: 19 September 2021.
  9. JAYAWARDANA, Ruwini. "Awaiting 'something special'!" (en ভাষাত). Daily News. https://www.dailynews.lk আহৰণ কৰা হৈছে: 19 September 2021.
  10. "කොවිඩ් මට මගේ තාත්තව නැති කළා. – සෙනාලි කිව්ව කතාව - ගගන" (en ভাষাত). Radio Gagana. https://gagana.lk আহৰণ কৰা হৈছে: 19 September 2021.
  11. "විජයබා කොල්ලය කියන්නේ මහාර්ඝ මාණික්‍යයක්". සරසවිය. 20 March 2019. http://www.sarasaviya.lk/films-local/2019/03/21/3712/%E0%B7%80%E0%B7%92%E0%B6%A2%E0%B6%BA%E0%B6%B6%E0%B7%8F-%E0%B6%9A%E0%B7%9C%E0%B6%BD%E0%B7%8A%E0%B6%BD%E0%B6%BA-%E0%B6%9A%E0%B7%92%E0%B6%BA%E0%B6%B1%E0%B7%8A%E0%B6%B1%E0%B7%9A-%E0%B6%B8%E0%B7%84%E0%B7%8F%E0%B6%BB%E0%B7%8A%E0%B6%9D-%E0%B6%B8%E0%B7%8F%E0%B6%AB%E0%B7%92%E0%B6%9A%E0%B7%8A%E2%80%8D%E0%B6%BA%E0%B6%BA%E0%B6%9A%E0%B7%8A আহৰণ কৰা হৈছে: 19 September 2021.
  12. "Haara Kotiya, Its No Waste Of Time!". The Sunday Leader. Archived from the original on 28 October 2017. https://web.archive.org/web/20171028201518/http://www.thesundayleader.lk/2017/07/16/haara-kotiya-its-no-waste-of-time/ আহৰণ কৰা হৈছে: 28 October 2017.
  13. "විජයබා කොල්ලය අගෝස්තු 1 දා". සරසවිය. 19 June 2019. http://www.sarasaviya.lk/news-films/2019/06/20/6052/%E0%B7%80%E0%B7%92%E0%B6%A2%E0%B6%BA%E0%B6%B6%E0%B7%8F-%E0%B6%9A%E0%B7%9C%E0%B6%BD%E0%B7%8A%E0%B6%BD%E0%B6%BA-%E0%B6%85%E0%B6%9C%E0%B7%9D%E0%B7%83%E0%B7%8A%E0%B6%AD%E0%B7%94-1-%E0%B6%AF%E0%B7%8F আহৰণ কৰা হৈছে: 19 September 2021.
  14. "2020 තිරයට එන අපේ චිත්‍රපට". සරසවිය. 1 January 2020. http://www.sarasaviya.lk/films-local/2020/01/02/14012/2020-%E0%B6%AD%E0%B7%92%E0%B6%BB%E0%B6%BA%E0%B6%A7-%E0%B6%91%E0%B6%B1-%E0%B6%85%E0%B6%B4%E0%B7%9A-%E0%B6%A0%E0%B7%92%E0%B6%AD%E0%B7%8A%E2%80%8D%E0%B6%BB%E0%B6%B4%E0%B6%A7 আহৰণ কৰা হৈছে: 19 September 2021.
  15. "අද රිදී තිරයට එන විජයබා කොල්ලය". සරසවිය. 31 July 2019. http://www.sarasaviya.lk/films-local/2019/08/02/7622/%E0%B6%85%E0%B6%AF-%E0%B6%BB%E0%B7%92%E0%B6%AF%E0%B7%93-%E0%B6%AD%E0%B7%92%E0%B6%BB%E0%B6%BA%E0%B6%A7-%E0%B6%91%E0%B6%B1-%E0%B7%80%E0%B7%92%E0%B6%A2%E0%B6%BA%E0%B6%B6%E0%B7%8F-%E0%B6%9A%E0%B7%9C%E0%B6%BD%E0%B7%8A%E0%B6%BD%E0%B6%BA আহৰণ কৰা হৈছে: 19 September 2021.
  16. "ක්‍රීඩාව ඉක්මවා ගිය ආදරයක්". සරසවිය. 12 April 2021. http://www.sarasaviya.lk/films-local/2021/04/15/20245/%E0%B6%9A%E0%B7%8A%E2%80%8D%E0%B6%BB%E0%B7%93%E0%B6%A9%E0%B7%8F%E0%B7%80-%E0%B6%89%E0%B6%9A%E0%B7%8A%E0%B6%B8%E0%B7%80%E0%B7%8F-%E0%B6%9C%E0%B7%92%E0%B6%BA-%E0%B6%86%E0%B6%AF%E0%B6%BB%E0%B6%BA%E0%B6%9A%E0%B7%8A আহৰণ কৰা হৈছে: 19 September 2021.
  17. "Jackson Anthony ready to unspool 'Eka Gei Sokari'". Daily Mirror. http://www.dailymirror.lk/life/Jackson-Anthony-ready-to-unspool-‘Eka-Gei-Sokari’/243-169015 আহৰণ কৰা হৈছে: 29 October 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]