চেলেম ৰেচম
অৱয়ব
| চেলেম ৰেচম | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
ভাৰতৰ চেলেম অঞ্চলৰ পৰম্পৰাগত ৰেচম শাল | |
| বৰ্ণনা | ৰেচমৰ বস্ত্ৰ তৈয়াৰ |
| প্ৰকাৰ | হস্তশিল্প |
| অঞ্চল | চেলেম, তামিলনাডু |
| দেশ | ভাৰত |
| পঞ্জীয়ন | ২০০৭-০৮ |
| উপাদান | ৰেচম |
চেলেম ৰেচম বা চেলেম ভেনপাট্টু ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেলেম অঞ্চলত নিৰ্মিত ৰেচমৰ কাপোৰক বুজায়।[1] ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিতৰ স্বীকৃতি প্ৰদান কৰা হয়।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Application details". Government of India. https://search.ipindia.gov.in/GIRPublic/Application/Details/94। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ Geographical indications in India (Report). Government of India. https://ipindia.gov.in/registered-gls.htm। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ "GI shield for state's silk fabrics". The Times of India. 2 May 2008. https://timesofindia.indiatimes.com/city/chennai/GI-shield-for-states-silk-fabrics/articleshow/3003039.cms.