চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব
অৱয়ব
| চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব | |
|---|---|
Superior view of an cerebellum. Anterior lobe shown in red. | |
এণ্টেৰিয়’ৰ লোব পশ্চাৎ লোবৰ পৰা প্ৰাথমিক বিভাজনেৰে চিহ্নিত কৰা হয় . | |
| সবিশেষ | |
| চিনাক্তকাৰক | |
| লেটিন | lobus anterior cerebelli |
| নিউৰ'নেম্ছ | 650 |
| নিউৰ'লেক্স ID | birnlex_1118 |
| TA98 | A14.1.07.102 |
| TA2 | 5793 |
| FMA | 72251 |
| নিউৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা | |
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (ইংৰাজী: anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়।[1] ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।[2]
ক্লিনিকেল গুৰুত্ব
[সম্পাদনা কৰক]এণ্টেৰিয়ৰ লোব চিনড্ৰম
[সম্পাদনা কৰক]যেতিয়া এজন ব্যক্তিয়ে নিজৰ বেছিভাগ কেলৰি মদৰ পৰা পায় (ক্ৰনিক এলকহলিজম) তেতিয়া পুষ্টিহীনতাৰ বাবে আগফালৰ লোবৰ অৱনতি ঘটিব পাৰে। ইয়াক এণ্টেৰিয়ৰ লোব চিনড্ৰম বুলি জনা যায় আৰু ইয়াৰ ফলত ব্যক্তিৰ অস্থিৰ পদ সঞ্চালনৰ সৃষ্টি হয়।[3]
অতিৰিক্ত দৃশ্য
[সম্পাদনা কৰক]-
এনিমেচন। ৰঙা ৰঙেৰে দেখুওৱা আগফালৰ লোব।
-
এনিমেচন বন্ধ কৰি। ৰঙা ৰঙেৰে দেখুওৱা আগফালৰ লোব।
-
ডিচেকচন ভিডিঅ’ (১ মিনিট ২০ ছেকেণ্ড)। তিনিটা চেৰিবেলাৰ লোব প্ৰদৰ্শন কৰা হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Siegel, Allan Siegel, Hreday N. Sapru; case histories written by Heidi E. (2011). Essential neuroscience (2nd সম্পাদনা). প্ৰকাশক Philadelphia: Wolters Kluwer Health/Lippincott Williams & Wilkins. পৃষ্ঠা. 190. ISBN 9780781783835.
- ↑ "The Cerebellum". http://www.csuchico.edu/~pmccaffrey/syllabi/CMSD%20320/362unit7.html.
- ↑ "utah.edu". http://library.med.utah.edu/kw/hyperbrain/syllabus/syllabus11.html.