সমললৈ যাওক

চৰাইচোং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'চৰাইচোঙ' ১৬৬৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজকীয় পৃষ্ঠপোষকতাত উজনি মাজুলীত গঢ়ি তোলা এছিয়াৰে ভিতৰত প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান।[1]

চৰাইচোঙৰ অৱস্থিতি— উজনি মাজুলীৰ বৰ্তমান গাভৰুমেলীয়া, কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে, কঠমীয়া (কথমীয়া)ৰ পশ্চিমে; ৰাঙলীবাহৰ, অভয়াপুৰীয়া, নৰসিংহ আৰু শিলিখাগুৰিৰ দক্ষিণে থকা দীঘলে প্ৰায় চাৰি কিলোমিটাৰ আৰু বহলে ঠাই বিশেষে আধা কিলোমিটাৰৰ পৰা এক কিলোমিটাৰৰ নল, খাগৰি, ইকৰা, হিজল আৰু অন্য গুল্ম জাতীয় গছেৰে ভৰা জলাহ ঠাইখনেই হ’ল ৰাজকীয় পক্ষী উদ্যান 'চৰাইচোং'৷[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "মজুলীৰ সাৰাইচং সংৰক্ষিত অঞ্চলত স্থানান্তৰিত পক্ষীৰ সমাগম" (as ভাষাত). Awaz The Voice (Assam). https://www.assam.awazthevoice.in/india-news/migratory-birds-in-saraichong-reserve-in-majuli-782.html। আহৰণ কৰা হৈছে: 2025-07-26.  "৩৯০ বছৰীয়া ঐতিহ্যৰ সাক্" (as ভাষাত). Rongili Barta. https://rongilibarta.com/৩৯০-বছৰীয়া-ঐতিহ্যৰ-সাক্/। আহৰণ কৰা হৈছে: 2025-07-26. 
  2. প্ৰবন্ধ— “মাজুলীৰ চৰাই চোং এক বিলুপ্তপ্ৰায় ঐতিহ্য৷” লেখক— দিলীপ কুমাৰ ফুকন৷ গ্ৰন্থৰ নাম— চৰাই চোং, পৃষ্ঠা ৫, সম্পাদক— জগত বৰা, গোবিন কুমাৰ খাউণ্ড,