চৰ্দাৰী বেগম
অৱয়ব
চৰ্দাৰী বেগম | |
---|---|
![]() ডিভিডি কভাৰ | |
পৰিচালক | শ্যাম বেনেগাল |
ৰচনা | খালিদ মহম্মদ (কাহিনী আৰু চিত্ৰনাট্য) শামা জেইদী (ডাইলগ আৰু চিত্ৰনাট্য) |
প্ৰযোজক | অমিত খান্না মহেশ ভট |
অভিনয়ত | কিৰণ খেৰ সুৰেখা চিক্ৰি অমৰিশ পুৰী ৰজিত কুমাৰ |
সংগীত পৰিচালক | বনৰাজ ভাটিয়া |
মুক্তি |
২৩ মে' ১৯৯৬ |
দৈৰ্ঘ্য |
১৩৫ মিনিট |
দেশ | ভাৰত |
ভাষা | উৰ্দ্দু |
চৰ্দাৰী বেগম (ইংৰাজী: Sardari Begum) হৈছে শ্যাম বেনেগাল পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰতীয় মিউজিকেল চিনেমা। চিনেমাখনত কিৰণ খেৰ, অমৰিশ পুৰী, ৰজিত কাপুৰ আৰু ৰাজেশ্বৰী সচদেৱে অভিনয় কৰিছে।
চলচ্চিত্ৰখনৰ মুখ্য অভিনেত্ৰী কিৰণ খেৰে ১৯৯৭ চনত এই ছবিত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বিশেষ জুৰীৰ বঁটা লাভ কৰে আৰু একে বছৰতে ৰাজেশ্বৰী সচদেৱে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
এই চিনেমাখন ভাৰতৰ পাৰিবাৰিক সম্পৰ্ক, প্ৰজন্ম আৰু যৌন ৰাজনীতিৰ লগতে সামাজিক ৰীতি-নীতিৰ জটিল চিত্ৰণৰ ওপৰত কেন্দ্ৰীভূত।[1]
কাহিনী
[সম্পাদনা কৰক]অভিনয়ত
[সম্পাদনা কৰক]- কিৰণ খেৰ - চৰ্দাৰী বেগম
- স্মৃতি মিশ্ৰ - যুৱতী চৰ্দাৰী বেগম[2]
- অমৰিশ পুৰী - হেমৰাজ
- সুৰেখা চিক্ৰি - ইত্তন বাঈ
- ৰজিত কাপুৰ - চাদিক মুছভি
- ৰাজেশ্বৰী সচদেৱ - ছকিনা
- ৰেজিনা ৰাজ বিসৰিঅ - তেহজীৱ
- উত্তৰা বাওকাৰ - হেমৰাজৰ পৰিবাৰ
- কুমুদ মিশ্ৰ - আমোদ বাজাজ
- শ্ৰী বল্লভ ব্যাস - জব্বৰ আব্বাছী
- জাভেদ খান - মৌলবী
- ৰৱি ঝানকাল - পুলিচ ইন্সপেক্টৰ
- চেলিম ঘৌসে - মি সেন
সংগীত
[সম্পাদনা কৰক]জাভেদ আখটাৰ দ্বাৰা লিখিত গীতসমূহ বনৰাজ ভাটিয়া আৰু অশোক পাতকিয়ে কম্পজ কৰিছিল।
নং | শিৰোনাম | Singer(s) | দৈৰ্ঘ্য | |
---|---|---|---|---|
1. | "চাহে মাৰ ডালো ৰাজা" | আশোক ভোছলে | 02:51 | |
2. | "Raah Mein Bichhi Hai Palke" | Arati Ankalikar-Tikekar, Shubha Joshi | 04:50 | |
3. | "More Kanha Jo Aaye" | Asha Bhosle | 03:29 | |
4. | "Ghar Naahi Hamre Shyam" | Arati Ankalikar-Tikekar | 04:14 | |
5. | "Ghir Ghir Aayee Badariya Kaari" | Arati Ankalikar-Tikekar | 03:18 | |
6. | "More Kanha Jo Aaye" | Arati Ankalikar-Tikekar | 03:20 | |
7. | "Saawariya Dekh Zara" | Shubha Joshi | 05:30 | |
8. | "Chali Pee Ke Nagar" | Arati Ankalikar-Tikekar, Poorva Joshi | 05:32 | |
9. | "Raah Mein Bichhi Hai Palke" | Arati Ankalikar-Tikekar, Shubha Joshi | 04:35 | |
10. | "Huzoor Itna Agar Hum Par" | Arati Ankalikar-Tikekar | 04:31 |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sardari Begum at imagineindia Archived 10 September 2007 at the Wayback Machine
- ↑ Full cast at IMDB