সমললৈ যাওক

ছত্তীছগঢ়ী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছত্তীছগঢ়ীৰ পৰা পুনঃনিৰ্দেশিত)
ছত্তীছগঢ়ী ভাষা
छत्तीसगढ़ी

দেৱনাগৰী লিপিত লিখা “ছত্তীছগঢ়ী” শব্দ
থলুৱা অঞ্চল ভাৰত
অঞ্চল ছত্তীছগঢ় আৰু ওড়িশা আৰু মহাৰাষ্ট্ৰত অলপসংখ্যক ভাষাভাষী
স্থানীয় ভাষিক
[1]
(অতিৰিক্ত ভাষাভাষীক হিন্দীৰ অন্তৰ্গত গণনা কৰা হৈছে)
ভাষা পৰিয়াল
উপভাষা *সুৰগুজীয়া
লিখন প্ৰণালী দেৱনাগৰী লিপি, ওড়িয়া লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
ভাৰত
ভাষা সংকেত
ISO 639-3 Either:
hne – ছত্তীছগঢ়ী
sgj – সুৰগুজীয়া
গ্লোটোলগ chha1249[3]
লিংগোৱাস্ফেয়াৰ 59-AAF-ta

ছত্তীছগঢ়ী ভাষা (छत्तीसगढ़ी) হৈছে এটা ইন্দো-আৰ্য ভাষা, যাক প্ৰায় ১৬.২৫ মিলিয়ন লোক ভাৰতছত্তীছগঢ়, ওড়িশা, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰে।[4]হিন্দীৰ সৈতে একেলগে ছত্তীছগঢ় ৰাজ্যৰ সহ-অধিকাৰিক ভাষা।[5] এই ভাষাটো পূৰ্বীয় হিন্দী ভাষাসমূহৰ অন্তৰ্গত বুলি গণ্য কৰা হয় আৰু ভাৰতীয় ৰাষ্ট্ৰীয় জনগণনাত ইয়াক হিন্দীৰ এটা উপভাষা হিচাপে গণনা কৰা হৈছে।[6]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Census of India 2011". Office of the Registrar General & Census Commissioner, India: পৃষ্ঠা 8. 2011. https://censusindia.gov.in/nada/index.php/catalog/42458/download/46089/C-16_25062018.pdf. 
  2. "The Chhattisgarh Official Language (Amendment) Act, 2007". indiacode.nic.in. 2008. https://www.indiacode.nic.in/bitstream/123456789/12800/1/the_chhattisgarh_official_language_act%2c_1957_no._5_of_1958%2c_date_24.01.1958.pdf। আহৰণ কৰা হৈছে: 25 December 2022. 
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ছত্তীছগঢ়ী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/chha1249. 
  4. "Languages of Chhattisgarh". Chhattisgarh Tourism. http://www.chhattisgarhtourism.co.in/languages-of-chhattisgarh.html। আহৰণ কৰা হৈছে: 2021-10-14. 
  5. "Include Chhattisgarhi in 8th schedule of constitution: CM Bhupesh Baghel to PM". New Indian Express. 16 August 2020. https://www.newindianexpress.com/nation/2020/Aug/16/include-chhattisgarhi-in-8th-schedule-of-constitution-cm-bhupesh-baghel-to-pm-2183955.html. 
  6. "What census data reveals about use of Indian languages". Deccan Herald. 6 June 2019. https://www.deccanherald.com/india/what-census-data-reveals-about-use-of-indian-languages-738340.html.