ছত্তীছগঢ়ী ভাষা
অৱয়ব
| ছত্তীছগঢ়ী ভাষা | |
|---|---|
| छत्तीसगढ़ी | |
দেৱনাগৰী লিপিত লিখা “ছত্তীছগঢ়ী” শব্দ | |
| থলুৱা অঞ্চল | ভাৰত |
| অঞ্চল | ছত্তীছগঢ় আৰু ওড়িশা আৰু মহাৰাষ্ট্ৰত অলপসংখ্যক ভাষাভাষী |
স্থানীয় ভাষিক |
[1] (অতিৰিক্ত ভাষাভাষীক হিন্দীৰ অন্তৰ্গত গণনা কৰা হৈছে) |
ভাষা পৰিয়াল |
ইন্দো-ইউৰোপীয়
|
| উপভাষা | *সুৰগুজীয়া |
| লিখন প্ৰণালী | দেৱনাগৰী লিপি, ওড়িয়া লিপি |
| আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
| ভাষা সংকেত | |
| ISO 639-3 | Either: hne – ছত্তীছগঢ়ী sgj – সুৰগুজীয়া |
| গ্লোটোলগ | chha1249[3] |
| লিংগোৱাস্ফেয়াৰ | 59-AAF-ta |
ছত্তীছগঢ়ী ভাষা (छत्तीसगढ़ी) হৈছে এটা ইন্দো-আৰ্য ভাষা, যাক প্ৰায় ১৬.২৫ মিলিয়ন লোক ভাৰতৰ ছত্তীছগঢ়, ওড়িশা, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰে।[4] ই হিন্দীৰ সৈতে একেলগে ছত্তীছগঢ় ৰাজ্যৰ সহ-অধিকাৰিক ভাষা।[5] এই ভাষাটো পূৰ্বীয় হিন্দী ভাষাসমূহৰ অন্তৰ্গত বুলি গণ্য কৰা হয় আৰু ভাৰতীয় ৰাষ্ট্ৰীয় জনগণনাত ইয়াক হিন্দীৰ এটা উপভাষা হিচাপে গণনা কৰা হৈছে।[6]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Census of India 2011". Office of the Registrar General & Census Commissioner, India: পৃষ্ঠা 8. 2011. https://censusindia.gov.in/nada/index.php/catalog/42458/download/46089/C-16_25062018.pdf.
- ↑ "The Chhattisgarh Official Language (Amendment) Act, 2007". indiacode.nic.in. 2008. https://www.indiacode.nic.in/bitstream/123456789/12800/1/the_chhattisgarh_official_language_act%2c_1957_no._5_of_1958%2c_date_24.01.1958.pdf। আহৰণ কৰা হৈছে: 25 December 2022.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ছত্তীছগঢ়ী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/chha1249.
- ↑ "Languages of Chhattisgarh". Chhattisgarh Tourism. http://www.chhattisgarhtourism.co.in/languages-of-chhattisgarh.html। আহৰণ কৰা হৈছে: 2021-10-14.
- ↑ "Include Chhattisgarhi in 8th schedule of constitution: CM Bhupesh Baghel to PM". New Indian Express. 16 August 2020. https://www.newindianexpress.com/nation/2020/Aug/16/include-chhattisgarhi-in-8th-schedule-of-constitution-cm-bhupesh-baghel-to-pm-2183955.html.
- ↑ "What census data reveals about use of Indian languages". Deccan Herald. 6 June 2019. https://www.deccanherald.com/india/what-census-data-reveals-about-use-of-indian-languages-738340.html.