ছমৰীয়া বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ২৭ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | কামৰূপ |
| লোকসভা সমষ্টি | গুৱাহাটী |
| প্ৰতিস্থা | ২০২৩ |
| মুঠ ভোটাৰ | ২,৪৮,১৫৫ |
| সংৰক্ষণ | নাই (সাধাৰণ) |
| দল | কংগ্ৰেছ |
| মিত্ৰগোট | অসম সন্মিলিত মৰ্চা |
| নিৰ্বাচিত বছৰ | ২০২৬ |
ছমৰীয়া বিধানসভা সমষ্টি (ইংৰাজী: Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
ভৌগোলিক অৱস্থিতি আৰু গঠন
[সম্পাদনা কৰক]ছমৰীয়া সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন অনুসৰি এই নতুন সমষ্টিটো গঠন কৰা হয়। ইয়াৰ সমষ্টি নম্বৰ হৈছে ২৭।
বিধায়কসকল
[সম্পাদনা কৰক]| বৰ্ষ | বিধায়ক | দল | মৰ্চা |
|---|---|---|---|
| ২০২৬ | ৰেকিবুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | অসম সন্মিলিত মৰ্চা |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) ইমদাদ হুছেইনক ৭৮,৬৯৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হয়।
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| কংগ্ৰেছ | ৰেকিবুদ্দিন আহমেদ | ১,৪৯,৭২০ | ৬৩.৮৩ | ||
| সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা | ইমদাদ হুছেইন | ৭১,০২৪ | ৩০.২৮ | ||
| অসম গণ পৰিষদ | নুৰুল ইছলাম | ৯,৫৭০ | ৪.০৮ | ||
| ন'টা (NOTA) | ওপৰৰ এটাও নহয় | ১,৩৩৬ | ০.৫৭ | - | |
| বিজয়ৰ পাৰ্থক্য | ৭৮,৬৯৬ | ৩৩.৫৫ | |||
| মুঠ ভোটদান | ২,৩৪,৫৭২ | ৯৪.৫৩ | |||
| কংগ্ৰেছৰ বিজয় অব্যাহত | ছুইং | (নতুন আসন) | - | ||
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Assam Legislative Assembly Election 2026 - Chamaria Result". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0327.htm। আহৰণ কৰা হৈছে: ২৪ জুন ২০২৬.