ছালফিউৰিক এচিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছালফিউৰিক এচিড হৈছে একপ্ৰকাৰৰ অজৈৱ এচিড। ইয়াক ভিট্ৰিয়ল নামেৰেও জনা যায়। ই বৰণহীন, গোন্ধহীন আৰু চিৰাপৰ নিচিনা এবিধ তীব্ৰ এচিড। ইয়াৰ সংকেত হৈছে H2SO4