ছাৰা মনছুৰ
অৱয়ব
| দেশ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | ৩১ জানুৱাৰী, ১৯৮৮ (৩৭ বছৰ) ৰাউলপিণ্ডি, পাকিস্তান | |||||||||
| হস্তশৈলী | সোঁহতীয়া (two-handed backhand) | |||||||||
| একক | ||||||||||
| কেৰিয়াৰৰ অভিলেখ | ১–৭ | |||||||||
| দ্বৈত | ||||||||||
| কেৰিয়াৰৰ অভিলেখ | ২–১৪ | |||||||||
পদক অভিলেখ
| ||||||||||
ছাৰা মনছুৰ (ইংৰাজী: Sara Mansoor; জন্মঃ ৩০ জানুৱাৰী ১৯৮৮) এগৰাকী পাকিস্তানী টেনিছ খেলুৱৈ। ফেড কাপত পাকিস্তানৰ হৈ খেলি ৬ – ২৩ স্কৰত মনছুৰে জয়-পৰাজয়ৰ অভিলেখ গঢ়িছিল।[1]
১৯৮৮ চনৰ ৩০ জানুৱাৰিত পাকিস্তানৰ ৰাউলপিণ্ডিত মনছুৰৰ জন্ম। তেওঁ ১৩ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।
২০১১ চনত মনছুৰে ছাৰা মাহবুব খান, উষ্ণা চুহেইল আৰু চাবা আজিজৰ সৈতে দশকজোৰা অনুপস্থিতিৰ পিছত পাকিস্তানৰ হৈ ফেড কাপ প্ৰতিযোগিতাত পুনৰ প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে।[2]
২০১৬ চনত ভাৰতৰ গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত টেনিছৰ একক শাখাত মনছুৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sara Mansoor". Archived from the original on 26 September 2015. https://web.archive.org/web/20150926092002/http://www.fedcup.com/en/players/player/profile.aspx?playerid=100036817। আহৰণ কৰা হৈছে: 20 December 2024.
- ↑ "Sara, Saba, Ushna and Sara Bring Pakistan Women Tennis Back in the Game". https://pakistaniat.com/2011/01/28/pakistan-women-tennis/। আহৰণ কৰা হৈছে: 20 December 2024.