ছিংগাপুৰ জেনেৰেল হস্পিটেল
অৱয়ব
| ছিংগাপুৰ জেনেৰেল হস্পিটেল (ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয়) | |
| SingHealth | |
|---|---|
| ২০০৫ চনত ছিংগাপুৰ জেনেৰেল হস্পিটেল | |
| ভৌগলিক | |
| অৱস্থান | বুকিত মেৰাহ, ছিংগাপুৰৰ কেন্দ্ৰীয় এলেকা, ছিংগাপুৰ |
| স্থানাংক | 1°16′43.2″N 103°50′03.7″E / 1.278667°N 103.834361°Eস্থানাংক: 1°16′43.2″N 103°50′03.7″E / 1.278667°N 103.834361°E |
| সংস্থান | |
| চিকিৎসালয়ৰ প্ৰকাৰ | শৈক্ষিক |
| Affiliated university | Duke–NUS মেডিকেল স্কুল, নেচনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰ (NUS) |
| সেৱাসমূহ | |
| জৰুৰীকালিন বিভাগ | আছে |
| বিচনা | ২,০০০ খন |
| ইতিহাস | |
| প্ৰতিষ্ঠা | ১৮২১ |
| সংযোগসমূহ | |
| ৱেবছাইট | www |
| তালিকা | |
ছিংগাপুৰ জেনেৰেল হস্পিটেল বা ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয় (SGH) হৈছে এখন শৈক্ষিক প্ৰতিষ্ঠান। ই বুকিত মেৰাহ আৰু ছাইনা টাউন অঞ্চলৰ ওচৰৰ, কেন্দ্ৰীয় এলেকাত অৱস্থিত। ইয়াৰ অৱস্থান আউত্ৰাম সামূহিক চিকিৎসালয় (OCH)-ৰ কাষত। ই নতুনকৈ ৰোগ মুক্ত হোৱা ৰোগীৰ বাবে এটা সামূহিক চিকিৎসালয় আৰু পুনৰ্বাসন চিকিৎসালয় হিচাপে কাম কৰে।[1] ইয়াত বহিঃ বিভাগৰ ৰোগীৰ বাবে আউত্ৰম পলিক্লিনিক আছে। এই সকলোবোৰ প্ৰতিষ্ঠান SingHealthদ্বাৰা পৰিচালিত, যি ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত আছে।
ই ছিংগাপুৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি চিকিৎসালয় আৰু দেশখনৰ ৰাষ্ট্ৰীয় চিকিৎসালয় হিচাপে কাৰ্য কৰে। ১৮২১ চনত ইয়াক স্থাপন কৰা হৈছিল।[2] পৰৱৰ্তীকালত কেইবাবাৰো চিকিৎসালয়খনৰ প্ৰসাৰণ আৰু সংস্কাৰ কৰা হৈছিল।
উৎস
[সম্পাদনা কৰক]- ↑ "About OCH". www.singhealth.com.sg. https://www.singhealth.com.sg/SCH/our-hospitals/outram-community-hospital/about-och.
- ↑ "Our Heritage". www.sgh.com.sg. https://www.sgh.com.sg/about-us/corporate-profile/our-heritage-singapore-general-hospital। আহৰণ কৰা হৈছে: 14 January 2022.