ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা
অৱয়ব
ছেইন্ট জেভিয়াৰ'ছ কলেজ হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলিকতা মহানগৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। এই শিক্ষানুষ্ঠানখন কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এখন স্বায়ত্তশাসিত মহাবিদ্যালয়। ১৮৬০ চনত স্থাপিত এই মহাবিদ্যালয়ৰ নামকৰণ কৰা হৈছিল ষোড়শ শতিকাৰ জেচুইট সন্ত ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ নামেৰে। ২০০৬ চনত স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ ফলত ই পশ্চিমবংগ ৰাজ্যৰ প্ৰথমখন স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে পৰিণত হয়।[1]
| St. Xavier's College | |
|---|---|
| মূলমন্ত্ৰ | Nihil Ultra (লেটিন) |
| ইংৰাজীত মূলমন্ত্ৰ | Nothing Beyond |
| স্থাপিত | ১৬ জানুৱাৰী, ১৮৬০ |
| ধৰণ | ব্যক্তিগত |
| ৰেক্টৰ | ৰেভাৰেন্ড ফাদাৰ জেয়াৰাজ ভেলুস্বামী, এছ. জে.[2] |
| অধ্যক্ষ | ৰেভাৰেন্ড ফাদাৰ ডমিনিক চেভিঅ, এছ. জে.[2] |
| স্থান | ৩০, মাদাৰ টেৰেছা সৰণি কলিকতা – ৭০০০১৬ |
| চৌহদ | চহৰাঞ্চল |
| ৰং | সেউজীয়া আৰু হালধীয়া |
| ৱেবছাইট | www |
- ↑ "St Xavier's rides high on autonomy | Kolkata News" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/kolkata/St-Xaviers-rides-high-on-autonomy/articleshow/1698041.cms.
- ↑ 2.0 2.1 "Administration – St. Xavier's College" (en ভাষাত). sxccal.edu. https://www.sxccal.edu/administration/। আহৰণ কৰা হৈছে: 17 October 2020.