ছোফী চৌধৰী
ছোফী চৌধৰী (ইংৰাজী: Sophie Choudry; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮২)[1] ভাৰতত বাস কৰা এগৰাকী বৃটিছ গায়িকা আৰু অভিনেত্ৰী।[2] তেওঁ মূলতঃ হিন্দী ভাষাৰ ছবিত সক্ৰিয় হৈ আছে আৰু এমটিভি ইণ্ডিয়াৰ এগৰাকী প্ৰাক্তন ভিজে আৰু সাময়িক মডেল আৰু টেলিভিছন উপস্থাপকও।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]চৌধৰীয়ে ১২ বছৰ বয়সতে গায়কী জীৱন আৰম্ভ কৰিছিল।[4] তেওঁৰ প্ৰতিভা আৱিষ্কাৰ কৰিছিল বিখ্যাত সংগীত পৰিচালক বিড্ডুৱে তেওঁৰ প্ৰতিভা আৱিস্কাৰ কৰিছিল আৰু পৰিচালকজনৰ জৰিয়তে তেওঁৰ সংগীতিক যাত্ৰা আৰম্ভ কৰিছিল।[5] প্ৰথমতে তেওঁ শ্বেতা শ্বেট্টী আৰু আলিছা চিনাইৰ দৰে নেপথ্য কণ্ঠশিল্পীৰ বেকআপ গায়িকা হিচাপে কণ্ঠদান কৰিছিল।[1]
২০০৫ চনত ডেভিদ ধাৱানৰ “ছাদী নং ১” ছবিৰ জৰিয়তে ছোফীয়ে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[6] তেওঁৰ পৰৱৰ্তী মুক্তি আছিল প্যাৰ কে চাইড ইফেক্টছ (২০০৬)।[7] ২০১৩ চনত তেওঁ “ৱানছ্ আপ’ন এ টাইম মুম্বাই দোবাৰা”ত এটা কেমিঅ’ চৰিত্ৰত আৰু “শ্বুটআউট এট ৱাডালা”ত এটা ডান্স নাম্বাৰত অভিনয় কৰে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "VJ Sophie: Profile". MTV INDIA. http://mtvindia.com/vjs/sophie.html। আহৰণ কৰা হৈছে: 6 March 2009.
- ↑ "Sophie Choudry's pictures". photogallery.indiatimes.com. https://photogallery.indiatimes.com/celebs/music/ravishing-pictures-of-singer-actress-sophie-choudry/sophie-choudrys-pictures/articleshow/70589364.cms.
- ↑ "Yuvraj Singh, Neha Dhupia, Ekta Kapoor at Sophie Choudry's birthday party". Indian Express. 9 February 2014. http://indianexpress.com/photos/entertainment-gallery/yuvraj-singh-neha-dhupia-ekta-kapoor-at-sophie-choudrys-birthday-party/. "Bollywood beauty Sophie Choudry celebrated her 32nd birthday with her B-town friends in Mumbai's popular Olive Bar on Saturday (February 8)."
- ↑ "Interviews – Sophie Chaudhary". Mahiram.com. Archived from the original on 24 July 2023. https://web.archive.org/web/20230724103641/http://www.mahiram.com/2010/02/17/sophie-choudry/। আহৰণ কৰা হৈছে: 22 December 2010.
- ↑ "Sophia with love...". The Hindu (Chennai, India). 16 December 2004. http://www.hindu.com/thehindu/mp/2004/12/16/stories/2004121600290200.htm.
- ↑ Dangor, Kimi (12 September 2005). "Chanel Switch". India Today (New Delhi: Living Media). https://www.indiatoday.in/magazine/eyecatchers/story/20050912-veejay-sophie-choudry-to-make-her-bollywood-debut-in-david-dhawans-shaadi-no-1-787126-2005-09-11। আহৰণ কৰা হৈছে: 19 January 2025.
- ↑ Choudry, Sophie (12 August 2009). 'My curves are the sexiest part of me'. Interview. প্ৰকাশক Mumbai: Rediff.com. https://www.rediff.com/movies/slide-show/slide-show-1-sophie-on-maxim/20090812.htm। আহৰণ কৰা হৈছে: 19 January 2025.
- ↑ "Sophie Chaudhary sizzles with item song". 14 January 2014. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/sophie-chaudhary-does-an-item-song/articleshow/28785430.cms.