সমললৈ যাওক

জংঘলী আঁচযুক্ত কেৰ্কেটুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Funambulus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

জংঘলী আঁচযুক্ত কেৰ্কেটুৱা[1]
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Funambulus
প্ৰজাতি: F. tristriatus
দ্বৈৰাশিক নামকৰণ
Funambulus tristriatus
(Waterhouse, 1837)
Subspecies
  • F. t. tristriatus
  • F. t. numarius

জংঘলী আঁচযুক্ত কেৰ্কেটুৱা,ইংৰাজী: : jungle palm squirrel, jungle striped squirrel, or Western Ghats squirrel (Funambulus tristriatus), হৈছে স্কিউৰিডে পৰিয়ালৰ অন্তৰ্গত এটা স্তন্যপায়ী নিগনি-জাতীয় প্ৰাণী। ইহঁতক জংঘলী তাল-কেৰ্কেটুৱা,বা পশ্চিমঘাটৰ কেৰ্কেটুৱা আদি নামেৰেও জনা যায়। এই প্ৰজাতিটো কেৱল ভাৰততহে স্বাভাৱিকভাৱে পোৱা যায়, অৰ্থাৎ ই ভাৰতৰ ইটা স্থানীয় প্ৰজাতি।

বাসস্থান

[সম্পাদনা কৰক]

ইয়াৰ প্ৰাকৃতিক বাসস্থান হৈছে উপ-উষ্ণমণ্ডলীয় বা ক্ৰান্তীয় শুষ্ক অৰণ্য। অৱশ্যে এই কেৰ্কেটুৱাই বাসস্থানৰ পৰিৱৰ্তনৰ সৈতে কিছু পৰিমাণে খাপ খাব পাৰে। সেইবাবে পশ্চিমঘাটৰ চাহ বাগিচাসমূহতো ইয়াক সাধাৰণতে দেখা যায়।

এই প্ৰজাতিটো ভাৰতীয় উপদ্বীপৰ পশ্চিম উপকূলৰ ওখ গছ থকা অৰণ্য অঞ্চলত সীমাবদ্ধ। এনে অৰণ্য অঞ্চলত সাধাৰণতে কোকো, আম, আঙুৰ আৰু চপোটা আদি গছ-গছনি পোৱা যায়। এই শস্যসমূহৰ ক্ষতি কৰাৰ বাবে জংঘলী তাল-কেৰ্কেটুৱাক কেতিয়াবা কৃষিৰ কীট বা ক্ষতিকাৰক প্ৰাণী হিচাপেও গণ্য কৰা হয়।

লিংগ অনুপাত

[সম্পাদনা কৰক]

এই প্ৰজাতিটোৰ মতা আৰু মাইকী কেৰ্কেটুৱাৰ সংখ্যা সমান নহয়। বিশেষ সমিক্ষাৰ পৰা পোৱা তথ্য অনুসৰি, মতা কেৰ্কেটুৱাৰ সংখ্যা মাইকী কেৰ্কেটুৱাতকৈ তুলনামূলকভাৱে বেছি।এই অসমান লিংগ অনুপাতৰ সম্ভাব্য কাৰণসমূহৰ ভিতৰত জীয়াই থকাৰ হাৰ, মৃত্যুৰ হাৰ, স্থানান্তৰ আৰু চিকাৰীৰ চাপৰ পাৰ্থক্য উল্লেখ কৰা হৈছে।[3]

যদি মতা আৰু মাইকী কেৰ্কেটুৱাৰ মাজত খাদ্যৰ সন্ধান, উপযুক্ত আশ্ৰয়স্থলৰ সন্ধান বা পৰিৱেশৰ সৈতে খাপ খোৱাৰ ক্ষমতাৰ পাৰ্থক্য থাকে,তেতিয়া এটা লিংগৰ সদস্য আনটোৰ তুলনাত অধিক সময় জীয়াই থাকিব পাৰে। স্থানান্তৰ অৰ্থাৎ নতুন বাসস্থান বা খাদ্যৰ সন্ধানত মাইকী কেৰ্কেটুৱাই মতা কেৰ্কেটুৱাৰ সমানে বিচৰণ কৰিব নোৱাৰাৰ ফলত লিংগৰ তাৰতম্য হবপাৰে। প্ৰাকৃতিক চিকাৰী যেনে ডাঙৰ চৰাই বা অন্যান্য চিকাৰী প্ৰাণীৰ আক্ৰমণে লিংগ অনুপাতৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Thorington, R.W. Jr.; Hoffmann, R.S. (2005). "Family Sciuridae". In Wilson, D.E.; Reeder, D.M. Mammal Species of the World: a taxonomic and geographic reference (3rd সম্পাদনা). The Johns Hopkins University Press. পৃষ্ঠা. 754–818. ISBN 0-8018-8221-4. OCLC 26158608. https://www.departments.bucknell.edu/biology/resources/msw3/browse.asp?id=12400001.
  2. Molur, S.; Nameer, P.O. (2016). Funambulus tristriatus. 2016. doi:10.2305/IUCN.UK.2016-2.RLTS.T8704A22259512.en.
  3. Bhat, S Keshava; Mathew, D. N. (1984). "Population of the Western Ghats squirrel, Funambulus tristriatus Waterhouse in South India". Proceedings: Animal Sciences খণ্ড 93 (2): 131–139. doi:10.1007/BF03186070. https://archive.org/details/sim_proceedings-animal-sciences_1984-03_93_2/page/131.