জবা
অৱয়ব
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
জবা | |
---|---|
![]() | |
Hibiscus rosa-sinensis | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Angiosperms |
শ্ৰেণী: | Eudicots |
বৰ্গ: | Malvales |
পৰিয়াল: | Malvaceae |
উপপৰিয়াল: | Malvoideae |
গোত্ৰ: | Hibisceae |
গণ: | Hibiscus L. |
Species | |
সমাৰ্থক | |
Bombycidendron Zoll. & Moritzi |
জবা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বাংলা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। হিন্দী ভাষাত ইয়াক গুড়হল বুলি কোৱা হয়। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জবা ফুল পোৱা যায়। জবখ বিভিন্ন ৰং আৰু আকৃতিৰ পোৱা যায়।
চিত্ৰ সম্ভাৰ
[সম্পাদনা কৰক]-
Example: Pollen Parent
-
Example: Pod Parent
-
Example: Offspring 1
-
Example: Offspring 2
-
v. King Kalakua
-
Double-flowered cultivar