সমললৈ যাওক

জয়ন্ত বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্ত বসুমতাৰী
লোকসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ জুন ২০২৪
পূৰ্বসূৰী নব কুমাৰ শৰণীয়া
সমষ্টি কোকৰাঝাৰ
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ
বাসস্থান কোকৰাঝাৰ, অসম
জীৱিকা ৰাজনীতিবিদ
বসুমতাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ  য়ুনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ সদস্য।[1][2] তেওঁ ২০২১ চনত ছিদলী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[3]  ২০২৪-ত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ ২০২৪-ত ইউপিপিএলৰ টিকটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Joyanta Basumatary Election Affidavit". Election Commission of India. https://affidavit.eci.gov.in/show-profile/MTA1Mzk=/MTY=/MTA=/Mw==/QUM=। আহৰণ কৰা হৈছে: 27 July 2021. 
  2. "Joyanta Basumatary is a United People's Party Liberal candidate Kalaigaon". News18. https://www.news18.com/assembly-elections-2021/assam/joyanta-basumatary-sidli-candidate-s03a031c002/। আহৰণ কৰা হৈছে: 27 July 2021. 
  3. "Assam Assembly Election Candidate Joyanta Basumatary". NDTV. https://www.ndtv.com/elections/assam-assembly-election-candidates-list-2021/joyanta-basumatary-03031-2। আহৰণ কৰা হৈছে: 27 July 2021.