জয়া শৰ্মা
অৱয়ব
| ব্যক্তিগত তথ্য | ||||
|---|---|---|---|---|
| সম্পূৰ্ণ নাম | জয়া শৰ্মা | |||
| জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯৮০ (৪৫ বছৰ) গজিয়াবাদ, ভাৰত | |||
| বেটিং শৈলী | বাঁওহতীয়া | |||
| বলিং শৈলী | সোঁহতীয়া মধ্যম | |||
| ভূমিকা | বেটিং | |||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
| টেষ্ট ক্ৰিকেট (কেপ ৫৮) | ১৯ মাৰ্চ ২০০২ বনাম দক্ষিণ আফ্ৰিকা | |||
| অ'ডিআই অভিষেক (কেপ ৬২) | ৬ জানুৱাৰী ২০০২ বনাম ইংলেণ্ড | |||
| অন্তিম অ'ডিআই | ৮ নৱেম্বৰ ২০০৮ v অষ্ট্ৰেলিয়া | |||
| Only T20I (কেপ ১৪) | ২৮ অক্টোবৰ ২০০৮ v অষ্ট্ৰেলিয়া | |||
| ঘৰুৱা দলৰ তথ্য | ||||
| বছৰ | দল | |||
| 1999/00–2001/02 | দিল্লী | |||
| 2002/03–2008/09 | ৰে’লৱে | |||
| 2010/11–2012/13 | দিল্লী | |||
| 2013/14–2014/15 | ৰাজস্থান | |||
| কেৰিয়াৰ পৰিসংখ্যা | ||||
| প্ৰতিযোগিতা | WTest | WODI | WT20I | WLA |
| মুঠ খেল | 1 | 77 | 1 | 176 |
| ৰাণ | 24 | 2,091 | 5 | 5,336 |
| বেটিং গড় | 24.00 | 30.75 | 5.00 | 36.05 |
| শতক/অৰ্ধশতক | 0/0 | 2/14 | 0/0 | 5/36 |
| সৰ্বোচ্চ ৰাণ | 24 | 138* | 5 | 138* |
| কেচ্চ/ষ্টাম্পিং | 0/– | 11/– | 0/– | 3/– |
| উৎস: https://cricketarchive.com/Archive/Players/10/10451/10451.html CricketArchive, 23 June 2022 {{{year}}} | ||||
জয়া শৰ্মা (ইংৰাজী: Jaya Sharma; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে বাঁওহতীয়া বেটিং কৰিছিল।[1] ২০০৫ চনৰ বিশ্বকাপত খেলাকে ধৰি ২০০২ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ এখন টেষ্ট মেচ, ৭৭খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। দিল্লী, ৰেলৱে আৰু ৰাজস্থানৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।
২০০৭ চনত তেওঁ বিচিচিআইৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।[2] ২০০৫–০৬ চনৰ মহিলা এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ ১৩৮* ৰান মহিলাৰ এদিনীয়াত ভাৰতৰ বাবে তৃতীয় সৰ্বাধিক স্ক’ৰ।[3] ২০০৭ চনত অতিথি অষ্ট্ৰেলিয়ান দলৰ বিৰুদ্ধে তেওঁ আৰু এটা শতক অৰ্জন কৰে।[4]
আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত শতক
[সম্পাদনা কৰক]| ৰাণ | খেল | প্ৰতিপক্ষ | নগৰ | স্থান | বছৰ |
|---|---|---|---|---|---|
| ১৩৮* | ৪৭ | কৰাচী, পাকিস্তান | নেচনেল ষ্টেডিয়াম | ২০০৫[5] | |
| ১০৪* | ৫৯ | চেন্নাই, ভাৰত | এম. এ. চিদাম্বৰম ষ্টেডিয়াম | ২০০৭[4] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The changing landscape of women's cricket". International Cricket Council. https://www.icc-cricket.com/media-releases/2483478। আহৰণ কৰা হৈছে: 14 February 2022.
- ↑ "Jaya backs Indian eves to win cup". ESPN. 18 June 2009. http://www.espnstar.com/cricket/exclusive/news/detail/item283397/Jaya-backs-Indian-eves-to-win-Cup/.
- ↑ "Records / Women's One-Day Internationals / Batting records / Most runs in an innings". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/284260.html.
- ↑ 4.0 4.1 "Full Scorecard of AUS Women vs IND Women 3rd Match 2006/07 - Score Report". ESPNcricinfo. https://www.espncricinfo.com/series/women-s-quadrangular-series-2006-07-276211/india-women-vs-australia-women-3rd-match-276215/full-scorecard.
- ↑ "Full Scorecard of IND Women vs PAK Women 3rd Match 2005/06 - Score Report". ESPNcricinfo. https://www.espncricinfo.com/series/women-s-asia-cup-2005-06-230646/pakistan-women-vs-india-women-3rd-match-231157/full-scorecard.