সমললৈ যাওক

জাকিয়া ৱাৰডাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাকিয়া ৱাৰডাক (ইংৰাজী: Jakia Wardak) এগৰাকী আফগান স্থপতিবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ মুম্বাইত আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2] ৱাৰডাকে অন্তৰ্ভুক্তি আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰে। তাই কাবুলৰ।[3]ৱাৰডাকে ছ'চাইটি অৱ আফগান উইমেন ইন ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকচনৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[4] ২০১৮ চনত তেওঁ আফগান সংসদীয় নিৰ্বাচনত এখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।[5]

বিমানবন্দৰ কৰ্তৃপক্ষই দেশলৈ প্ৰায় ২০ লাখ মূল্যৰ সোণ সৰবৰাহ কৰি থকা বুলি ধৰা পৰাৰ কিছুদিন পিছতে ২০২৪ চনৰ মে’ মাহত ভাৰতত থকা আফগানিস্তানৰ শীৰ্ষ কূটনীতিবিদৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিল।খবৰ অনুসৰি এপ্ৰিল মাহত ডুবাইৰ পৰা অহাৰ সময়ত ৱাৰডাকক মুম্বাই বিমানবন্দৰত কৰ্তৃপক্ষই ৰখাইছিল৷ সেইসময়ত তেওঁ প্ৰায় ৫৫ পাউণ্ড সোণ কঢ়িয়াই আছিল। কূটনৈতিক ৰক্ষাকৱচৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল বুলি কোৱা হৈছে যদিও সোণ জব্দ কৰা হৈছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "First female Consul General of Afghanistan Zakia Wardak meets Warina Hussain, share motive concern on girl power" (en ভাষাত). ANI News. 15 March 2021. Archived from the original on 2021-08-31. https://web.archive.org/web/20210831201941/https://www.aninews.in/news/entertainment/out-of-box/first-female-consul-general-of-afghanistan-zakia-wardak-meets-warina-hussain-share-motive-concern-on-girl-power20210315174331/। আহৰণ কৰা হৈছে: 2021-08-31. 
  2. "Afghanistan's First Woman Consul General in Mumbai Takes Charge, Meets Maha Governor" (en ভাষাত). News18. 2020-10-05. https://www.news18.com/news/india/afghanistans-first-woman-consul-general-in-mumbai-takes-charge-meets-maha-governor-2935521.html। আহৰণ কৰা হৈছে: 2021-08-31. 
  3. ""It's time for a change—one spearheaded by Afghan women", says Zakia Wardak, advocate for gender inclusion in Afghanistan" (en-US ভাষাত). The Financial Express. 2019-11-30. https://www.financialexpress.com/world-news/its-time-for-a-change-one-spearheaded-by-afghan-women-says-zakia-wardak-advocate-for-gender-inclusion-in-afghanistan/1780546/। আহৰণ কৰা হৈছে: 2021-08-31. 
  4. Wardak, Zakia (1 May 2017). "Are The Voices of Afghan Women Really Being Heard?" (en ভাষাত). TOLOnews. https://tolonews.com/opinion/are-voices-afghan-women-really-being-heard। আহৰণ কৰা হৈছে: 2021-08-31. 
  5. Graham-Harrison, Emma (2018-09-30). "War took a heavy toll on her family. Now she is fighting … for Afghan democracy" (en ভাষাত). the Guardian. http://www.theguardian.com/world/2018/sep/30/zakia-wardak-afghanistan-young-politicians-democracy-elections। আহৰণ কৰা হৈছে: 2021-08-31. 
  6. "Afghan diplomat Zakia Wardak resigns after being accused of smuggling almost $2 million worth of gold into India - CBS News" (en-US ভাষাত). www.cbsnews.com. 2024-05-06. https://www.cbsnews.com/news/afghan-diplomat-zakia-wardak-resigns-reports-gold-smuggling-india/। আহৰণ কৰা হৈছে: 2024-07-14.