৩১ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জানুৱাৰী ৩১ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩১ জানুৱাৰী (ইংৰাজী31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৯০৯ - বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
  • ১৯৭৮ - প্ৰীতি জিন্তা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী (জন্ম. ১৯৮৭)
  • ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিন্ত্ৰী।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]