জান্নাত আল-বাকী (আৰবী: ٱلْبَقِيْع, ) বাকীহেজাজী হৈছে মদীনাৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ইছলামিক কবৰস্থান।বৰ্তমানৰ চৌদি আৰবৰ হেজাজী অঞ্চলত অৱস্থিত। ইয়াক বাকি আল-ঘৰকাদ বুলিও জনা যায়।