জাপান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জাপান
日本国
নিপ্পন-ককু বা নিহন-ককু
ৰাষ্ট্ৰীয় সঙ্গীত
কিমিগায়’  (君が代)
সাম্ৰাজ্যৰ ৰাজত্ব

জাপান চৰকাৰৰ মোহৰ
  • জাপান চৰকাৰৰ মোহৰ
জাপান-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ট’কিঅ
35°41′N 139°46′E / 35.683°N 139.767°E / 35.683; 139.767
ৰাষ্ট্ৰভাষা (সমূহ) জাপানী
চৰকাৰ সাংবিধানিক ৰাজতন্ত্ৰ
 -  সম্ৰাট আকিহিত’
 -  প্ৰধানমন্ত্ৰী = শ্বিঞ্জ’ও আবে
গঠন
 -  জাতীয় ভিত্তি দিন ১১ ফেব্ৰুৱাৰী, ৬৬০ খ্ৰীষ্টপূৰ্বাব্দ 
 -  মেইজি সংবিধান নৱেম্বৰ ২৯ ১৮৯০ 
 -  বৰ্তমান সংবিধান মে’ ৩ ১৯৪৭ 
 -  চেন ফ্ৰেঞ্চিস্ক’ চুক্তি এপ্ৰিল ২৮ ১৯৫২ 
 -  জলভাগ (%) ০.৮ ( বৰ্গ কিমি)
জনসংখ্যা
 -  ২০০৭ আনুমানিক ১২,৭৪,৩৩,৪৯৪ (১০)
 -  ২০০৪ লোকপিয়ল ১২,৭৩,৩৩,০০২ 
 -  ঘনত্ব ৩৩৭ প্ৰতি বৰ্গকিমি (৩০)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ $৪.২২০ ট্ৰিলিয়ন (৩য়)
 -  জনমুৰি $৩৩,১০০ (১২তম)
জিডিপি (নামমাত্ৰ) ২০০৬ আনুমানিক
 -  মুঠ $৪.৯১১ ট্ৰিলিয়ন (২য়)
 -  জনমুৰি $৩৮,৩৪১ (১৪তম)
মানৱ উন্নয়ন সূচক (২০১৪) বৃদ্ধি ০.৮৯০ (অতি উচ্চ) (১৭)
মুদ্ৰা য়েন (¥/円) (JPY)
সময় স্থান জাপান মান সময় (ইউটিচি+৯)
ইণ্টাৰনেট টিএলডি .jp
কলিং ক'ড ++৮১

জাপান (আই.পি.এ: zapan) (জাপানিজ: 日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হ’ক্কাইদ’, কিয়ুছু আৰু ছিক’কু। ইয়াৰ ওপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। ট’কিঅ জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আৰু চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]