জাপানী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জাপানি ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
Favicon of Wikipedia জাপানী ৱিকিপিডিয়া
Wikipedia-logo-v2-ja.svg
ইউ আৰ এল ja.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা জাপানী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

জাপানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাপানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 10,58,422 প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০১৯ চনত জাপানী ৱিকিপিডিয়াৰ ১০,৫৮,৪২২ টা প্ৰবন্ধ, ১২,০৪,০০০ গৰাকী সম্পাদক, ৪৮ গৰাকী প্ৰশাসক আৰু ৮৪,১৭৩ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৪৮,৯৩,৫৮০।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

জাপানী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]