জামালপুৰ, বাংলাদেশ
অৱয়ব
জামালপুৰ (বাংলা: জামালপুব়) হৈছে মৈমনসিং বিভাগৰ পুৰণি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন চহৰ। ই জামালপুৰ জিলা আৰু জামালপুৰ সদৰ উপজিলাৰ মুখ্য কাৰ্যালয়। ২০২২ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি, জামালপুৰৰ জনসংখ্যা ১৫৮,৮৭৩ জন।[1] যাৰ বাবে ই বাংলাদেশৰ ৩১ সংখ্যক বৃহত্তম চহৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Population and Housing Census 2022: National Report (Volume I). Bangladesh Bureau of Statistics. November 2023. পৃষ্ঠা. 392. ISBN 978-984-475-201-6. https://bbs.portal.gov.bd/sites/default/files/files/bbs.portal.gov.bd/page/b343a8b4_956b_45ca_872f_4cf9b2f1a6e0/2024-01-31-15-51-b53c55dd692233ae401ba013060b9cbb.pdf.