জালুকবাৰী বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৫১ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | কামৰূপ মহানগৰ |
| লোকসভা সমষ্টি | গুৱাহাটী (লোকসভা সমষ্টি) |
| প্ৰতিস্থা | ১৯৬৭ |
| সংৰক্ষণ | মুকলি |
| দল | ভাৰতীয় জনতা পাৰ্টী |
| নিৰ্বাচিত বছৰ | ২০২১ |
জালুকবাৰী বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যিক বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ৫১ নং অসম বিধানসভা সমষ্টি । জালুকবাৰী সমষ্টিটো গুৱাহাটী (লোকসভা সমষ্টি) ৰ অন্তৰ্গত ।[1]
হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা একেৰাহে পাঁচটা কাৰ্যকালৰ বাবে জালুকবাৰী সমষ্টিত জয়লাভ কৰিছে।তিনিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছপৰা আৰু দুবাৰ ভাৰতীয় জনতা পাৰ্টিপৰা। [2]
জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক সকল
[সম্পাদনা কৰক]
লগতে চাওক[সম্পাদনা কৰক]অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা উৎস[সম্পাদনা কৰক] |