সমললৈ যাওক

জাহৰা এশৰাঘী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাহৰা এশৰাঘী
জন্ম ১৯৬৪ (বয়স ৬০–৬১)
তেহৰাণ, ইম্পিৰিয়েল ষ্টেট অৱ ইৰাণ
দাম্পত্যসঙ্গী মহম্মদ ৰেজা খাটামী
সন্তান আলিৰেজা আৰু ফাটেমা[1]


জাহৰা এশৰাঘী খোমেইনি (ইংৰাজী: Zahra Eshraghi Khomeini) (জন্ম-১৯৬৪) এগৰাকী ইৰাণী কৰ্মী আৰু প্ৰাক্তন চৰকাৰী বিষয়া।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬৪ চনত জন্মগ্ৰহণ কৰা এশৰাঘী আয়াতুল্লাহ খোমেইনীৰ নাতিনী।[2] তেখেত এগৰাকী দৰ্শন বিজ্ঞানৰ স্নাতক।[3]

দৃষ্টিভংগী

[সম্পাদনা কৰক]

জহৰা এশৰাঘীয়ে বিচাৰে যে মূৰত কাপোৰ মৰাটো বাধ্যতামূলক নহয়। তেওঁৰ মতে: "আমাৰ (ইৰাণৰ) সংবিধানত এতিয়াও কোৱা হৈছে যে পুৰুষজনেই মূল মানুহ আৰু মহিলাগৰাকী এগৰাকী নিষ্ঠাবান পত্নী যি নিজৰ পৰিয়ালৰ বাবে নিজকে বলিদান দিয়ে। কিন্তু এতিয়া সমাজখন সলনি হৈছে৷ বিশেষকৈ যোৱা ১০ বছৰত। যদি মোৰ ককা এতিয়া ইয়াত থাকিলহেঁতেন, তেন্তে মই নিশ্চিত যে তেওঁৰ ধাৰণা বহুত বেলেগ হ'লহেঁতেন।"[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৩ চনত এশৰাঘীয়ে ইৰাণৰ মূল সংস্কাৰবাদী দল ইছলামিক ইৰাণ পাৰ্টিচিপেচন ফ্ৰণ্টৰ প্ৰাক্তন মুৰব্বী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ খাটামীৰ কনিষ্ঠ ভাতৃ মহম্মদ-ৰেজা খাটামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।.[5]

ৰাজনীতিত

[সম্পাদনা কৰক]

২০০৪ চনত সংসদীয় প্ৰাৰ্থীসকলৰ পৰীক্ষা-নিৰীক্ষা কৰা গাৰ্ডিয়ান কাউন্সিলে এশৰাঘীক সংসদত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়ে।[6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "سرگذشت فرزندان آیت الله خمینی". http://www.bbc.co.uk/persian/iran/2009/06/090604_ra_mv_khomeini_children.shtml. 
  2. "Khomeini’s Granddaughter On Iran’s ‘Critical Situation,’ Sanctions, Facebook". Radio Free Europe. 15 January 2013. http://www.rferl.org/content/khomeini-granddaughter-iran-critical-situation-/24824197.html. 
  3. "Khomeini’s granddaughter fights for women’s rights". The Washington Times (Tehran). 18 June 2005. http://www.washingtontimes.com/news/2005/jun/18/20050618-115934-7235r/. 
  4. Freeman, Colin (19 June 2005). "'If I want to breathe I must have permission from my husband'". The Telegraph (Tehran). https://www.telegraph.co.uk/news/worldnews/middleeast/iran/1492391/If-I-want-to-breathe-I-must-have-permission-from-my-husband.html. 
  5. Sciolino, Elaine (2 April 2003). "Daughter of the Revolution Fights the Veil". The New York Times. https://www.nytimes.com/2003/04/02/world/daughter-of-the-revolution-fights-the-veil.html?pagewanted=all&src=pm. 
  6. "Iran’s Revolutionary Grandchildren" (en-US ভাষাত). The New Yorker. 2016-02-12. http://www.newyorker.com/news/news-desk/irans-revolutionary-grandchildren। আহৰণ কৰা হৈছে: 2022-05-05. 
  7. "The Guardian Council | Iran Data Portal" (en-US ভাষাত). https://irandataportal.syr.edu/the-guardian-council। আহৰণ কৰা হৈছে: 2022-05-05.