জিণ্টিমণি কলিতা
অৱয়ব
| ব্যক্তিগত তথ্য | ||||
|---|---|---|---|---|
| সম্পূৰ্ণ নাম | জিণ্টিমণি নকুল কলিতা Jintimani Nakul Kalita | |||
| জন্ম | ২৫ ডিচেম্বৰ, ২০০৩ (২২ বছৰ) গুৱাহাটী, অসম, ভাৰত | |||
| বেটিং শৈলী | বাওঁহতীয়া | |||
| বলিং শৈলী | সোঁহতীয়া মধ্যম | |||
| ভূমিকা | বলাৰ | |||
| ঘৰুৱা দলৰ তথ্য | ||||
| বছৰ | দল | |||
| ১০১৯/২০–বৰ্তমান | অসম | |||
| ২০২৩–বৰ্তমান | মুম্বাই | |||
| কেৰিয়াৰ পৰিসংখ্যা | ||||
| প্ৰতিযোগিতা | ডব্লিউ.এল.এ. | ডব্লিউ.টি.২০ | ||
| মুঠ খেল | ৯ | ১৬ | ||
| ৰাণ | ১৩৬ | ৮ | ||
| বেটি গড় | ১৭.০০ | ৮.০০ | ||
| শতক/অৰ্ধশতক | ০/১ | ০/০ | ||
| সৰ্বোচ্চ ৰাণ | ৭৮ | ৩* | ||
| বল | ৩০৬ | ৭৮ | ||
| উইকেট | ৪ | ২ | ||
| বলিং গড় | ৫৯.২৫ | ৫৩.০০ | ||
| এটা ইনিংছত ৫টা উইকেট | ০ | ০ | ||
| এখন খেলত ১০টা উইকেট | ০ | ০ | ||
| শ্ৰেষ্ঠ বলিং | ১/১৭ | ১/২ | ||
| কেচ্চ/ষ্টাম্পিং | ৩/– | ৪/– | ||
| উৎস: CricketArchive, ৪ মে′ ২০২৩ | ||||
জিণ্টিমণি কলিতা (ইংৰাজী: Jintimani Kalita; জন্ম: ২৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসম আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে।[1][2] তেওঁ সোঁহতীৰ মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীৰ বেটছমেন হিচাপে খেলে।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]২০০৩ চনৰ ২৫ ডিচেম্বৰত অসমৰ মঙলদৈ জিলাত জিণ্টিমণি কলিতাৰ জন্ম হৈছিল। সৰুতে তেওঁ কেতিয়াও কোনো নতুন কাপোৰ বা গহনা ভাল পোৱা নাছিল। ক্ৰিকেটৰ খেলত বেটিং কৰাৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগৰ উদ্বোধনী নিলামত জিণ্টিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে ১০ লাখ টকাত ক্ৰয় কৰিছিল।[5][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Jintimani Kalita Profile" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/cricketers/jintimani-kalita-1255387। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ "Living The Dream: WPL Player Jintimani Kalita Once Thought Women Could Not Play Cricket". She the people. https://www.shethepeople.tv/shesport/cricketer-jintimani-kalita-wpl/। আহৰণ কৰা হৈছে: 4 April 2023.
- ↑ "Jintimani Kalita Profile" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/cricketers/jintimani-kalita-1255387। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ "Jintimani Kalita: Girl who refused to dress up makes Assam proud in WPL" (en ভাষাত). The Bridge. 9 March 2023. https://thebridge.in/women-cricket/jintimani-kalita-wpl-refused-dress-makes-assam-proud-40342। আহৰণ কৰা হৈছে: 4 April 2023.
- ↑ "WPL Auction 2023" (en ভাষাত). Cricbuzz. https://m.cricbuzz.com/cricket-series/ipl-2023/auction/players/40640। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ "Jintimani Kalita Profile" (hi ভাষাত). News18 हिंदी. Archived from the original on 4 April 2023. https://web.archive.org/web/20230404120415/https://hindi.news18.com/cricket/profile/%E0%A4%9C%E0%A4%BF%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%A8%E0%A5%80-%E0%A4%95%E0%A4%B2%E0%A4%BF%E0%A4%A4%E0%A4%BE/89193.html। আহৰণ কৰা হৈছে: 4 April 2023.