জিতেন মহন্ত
অৱয়ব
| জিতেন মহন্ত | |
|---|---|
| জন্ম | ১৯৩৮ শিৱসাগৰ, অসম |
| মৃত্যু | ২০২৬ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সত্ৰাধিকাৰ |
জিতেন মহন্ত (ইংৰাজী: Jiten Mahanta) বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বৰদোৱা থান সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে ৫০ বছৰৰ বেছি যুক্ত আছিল। লক্ষ্যধৰ চৌধুৰীৰ পৰিচালিত চলচ্চিত্ৰ "ভাগ্য" আৰু "গণেশ"-অত তেওঁ অভিনয় কৰিছিল।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "সত্ৰাধিকাৰ, সংস্কৃতি-সাধক, সমাজকৰ্মী জিতেন মহন্তৰ বিয়োগ". অসমীয়া প্ৰতিদিন. 22 Januray 2026. https://www.asomiyapratidin.in/homepage/jiten-mahanta-passes-away-11020132। আহৰণ কৰা হৈছে: 22 Januray 2026.