জিন্দেগী (শ্ৰব্য এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিন্দেগী
এলবাম
মুক্তি ২০০৭
দৈৰ্ঘ্য ৪১:৩১
লেবেল ইউনিভাৰছেল মিউজিক গ্ৰুপ
জুবিন গাৰ্গ কালক্ৰম
‍ নুপুৰ
(২০০১)
জিন্দেগী
(২০০৭)
পাকীজা
(২০১৩)

জিন্দেগী[1] হ'ল ২০০৭ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন এলবাম। এলবামটোত জুবিন গাৰ্গৰ উপৰিও পাকিস্তানী কণ্ঠশিল্পী ছফাকত আমানত আলী খান আৰু দক্ষিণ ভাৰতৰ গায়িকা কে. এছ. চিত্ৰাই কণ্ঠ নিগৰাইছে।

গীতসমূহৰ তালিকা[সম্পাদনা কৰক]

গীত কণ্ঠশিল্পী দৈৰ্ঘ্য কথা
জিয়া লাগে না
জুবিন গাৰ্গ ৪:৩৮ সুনিল ভাটিয়া
জিয়া ৰে জিয়া ৰে[2] ৫:২৪ সুনিল ভাটিয়া
নজাৰে কৰম হো[3] ৪:১৭ সুনিল ভাটিয়া
পল পল বেকল
চিত্ৰা ৪:০৯ সুনিল ভাটিয়া
শাম ধল জায়ে[4] চিত্ৰা ৫:০৪ ৰবি বাছনেট
টু হি টু হ্যে[5] ছফাকত আমানত আলী খান
৪:৫৫ ৰবি বাছনেট
উড়তে পৰিণ্ডো কে[6] জুবিন গাৰ্গ
৪:২০ ৰবি বাছনেট
জিন্দেগী কহী গুম হ্যে[7] জুবিন গাৰ্গ
৩:৪৩ ছাবিৰ আহমেদ
জিন্দেগী কহী গুম হ্যে (ৰিমিক্স)[8] জুবিন গাৰ্গ
৫:০১ ছাবিৰ আহমেদ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Zubeen Garg launches new album". radioandmusic. http://www.radioandmusic.com/content/editorial/news/zubeen-garg-launches-new-album। আহৰণ কৰা হৈছে: 26 July 2015. 
  2. "Jia Re Jia". Gaana.com. http://gaana.com/song/jia-re-jia-re। আহৰণ কৰা হৈছে: 26 July 2015. 
  3. "Nazaren Karam Ho Song Info". Gaana.com. http://gaana.com/song/shaam-dhal-jaye। আহৰণ কৰা হৈছে: 26 July 2015. 
  4. "Shaam Dhal Jaye Song Info". Gaana.com. http://gaana.com/song/shaam-dhal-jaye। আহৰণ কৰা হৈছে: 26 July 2015. 
  5. "Tu Hi Tu Hai Song Info". Gaana.com. http://gaana.com/song/tu-hi-tu-hai-3। আহৰণ কৰা হৈছে: 26 July 2015. 
  6. "Udte Parindon Ke Song Info". Gaana.com. http://gaana.com/song/udte-parindon-ke। আহৰণ কৰা হৈছে: 26 July 2015. 
  7. "Zindagi Kahin Gum Hai Song Info". Gaana.com. http://gaana.com/song/zindagi-kahin-gum-hai। আহৰণ কৰা হৈছে: 26 July 2015. 
  8. "Zindagi Kahin Gum Hai (Remix) Song Info". Gaana.com. http://gaana.com/song/zindagi-kahin-gum-hai। আহৰণ কৰা হৈছে: 26 July 2015.