জিৰি নদী
অৱয়ব
| জিৰি নদী | |
|---|---|
| মোহনা | বৰাক নদী |
| Progression | জিৰিনদী বৰাক নদী |
জিৰি নদী' ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্যতম বৃহৎ নৈ বৰাক নদীৰ এখন উপনৈ। এই নদীখনৰ উৎপত্তি ডিমা হাচাও জিলাৰ বড়ো নিংগলো অঞ্চলৰ পৰা হৈছে। জিৰি নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা হিচাপে কাম কৰে আৰু জিৰিমুখত বৰাক নদীৰ সৈতে মিলি যায়। (জিৰি-মুখ য'ত মুখৰ অৰ্থ অসমীয়া ভাষাত মুখমণ্ডলক বুজাইছে)।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Changing course of Jiri River threatens state’s boundary". The People’s Chronicle. Archived from the original on 2018-10-22. https://web.archive.org/web/20181022050334/http://www.thepeopleschronicle.in/daily/english/2362। আহৰণ কৰা হৈছে: 2020-08-22.
- ↑ "River System of Assam". Ministry of Environment, Forests & Climate Change, Govt of India’s environment related portal. http://asmenvis.nic.in/Database/Rivers_1049.aspx.